Breaking

Browsing Category

VIDEO

টংলাত পাৱাৰগ্ৰীড, ষ্টাৰলিংকৰ মৰণফান্দ! উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ জধে-মধে স্থাপন

ওদালগুৰি জিলাৰ টংলাত নতুনকৈ স্থাপন কৰা পাৱাৰগ্ৰীড শক্তি বিতৰণ কেন্দ্ৰটোৰ পৰা ক্ৰমে টংলা, কলাইগাঁও,খৈৰাবাৰী, হৰিশিঙা আৰু পানেৰীলৈ নতুনকৈ স্থাপন কৰা ৩৩ কেভি বিদ্যুত সংবহন লাইনকেইটাৰ ফলত মানুহ তথা অন্যজীৱকুলৰ জীৱনলৈ ভাবুকি আনিব পৰা উচ্চতাৰে
Read More...

মুকালমুৱাত বন্ধন বেংকৰ শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা

বন্ধন শিক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ- ছাত্ৰীক পাঠ্যপুথিৰ জ্ঞান দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। মুকালমুৱাতো
Read More...

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা দৌল মহোৎসৱ ৷সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে আৰম্ভ কৰিছে দৌল মহোৎসৱৰ প্ৰস্তুতি ৷ অহা ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হব দৌল
Read More...

সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী আৰু মাণিকপুৰত আন্তৰ্জাতিক নাৰী দিৱস পালন।

আজি আন্তৰ্জাতিক নাৰী দিৱস । সমগ্ৰ দেশৰ লগতে বঙাইগাওঁ জিলাৰ চৌৰাগুৰী গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আইভেলি চি এল এফ আৰু মাণিকপুৰস্থিত জিলা পৰিষদৰ. প্ৰেক্ষাগৃহত মানাহ ভেলি চি এল এফৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।
Read More...

হাজোৰ হালোগাঁৱত তৃতীয় বাৰ্ষিক ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত লঙ্কেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত দুদিনীয়াকৈ শশাঙ্ক দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক "ৰূপালীম" একাঙ্কিকা নাট প্ৰতিযোগিতা'ৰ শুভাৰম্ভ হৈছে। দেওবাৰে সন্ধিয়া সাত
Read More...

৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহে ওনোমাটোমেনিয়াৰ সৈতে যুঁজি আছে

৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহে ওনোমাটোমেনিয়াৰ সৈতে যুঁজি আছে, নিজেই ৰোগটোৰ অৰ্থ কৈছিল ।বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহে 'ওনোমাটোমেনিয়া' নামৰ এটা ৰোগৰ সৈতে যুঁজি আছে। শেহতীয়া এক সাক্ষাৎকাৰত, তেওঁ এই তথ্য দিছিল। সাক্ষাৎকাৰটোত, তেওঁ কৈছিল
Read More...

বাক্সাৰ হৰহৰিয়াত উদ্যান শস্যৰ প্ৰশিক্ষণ আৰু কৃষি সমগ্ৰী বিতৰণ।

বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হৰহৰিয়াত আজি বিজ্ঞানসন্ম আৰু ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে এটি সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।
Read More...

চুৰচুৰী হাইস্কুলত মুখ্য তোঁৰনৰ আধাৰশিলা স্থাপন আৰু স্থায়ী মঞ্চৰ উদ্বোধন

নলবাৰী জিলাৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চুৰচুৰীত বৃহস্পতিবাৰে চুৰচুৰী হাইস্কুলৰ মুল তোঁৰনৰ আধাৰশিলা স্থাপন লগতে স্থায়ী মঞ্চ উদ্বোধন কৰা হয়  । এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শংখ, ঘন্টা, বৰকাহ, উৰুলিৰ মাজেৰে হাইস্কুলখনৰ প্ৰয়াত সহঃ
Read More...

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও শুকুৰবাৰে প্ৰধান শিক্ষয়িত্ৰীয়ে বন্ধ ৰাখে বিদ্যালয়

কোনো চৰকাৰী বন্ধ নথকা স্বত্তেও ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বৰভিঠা এম ই মাদ্ৰাছা শুকুৰবাৰে বন্ধ ৰখা পৰিলক্ষিত হৈছে। মাদ্ৰাছা খনৰ প্ৰধান শিক্ষয়িত্ৰী জুলেখা বেগমে নিজৰ খেয়াল খুচি মতে চলাই গৈছে এম ই মাদ্ৰাছাখন।
Read More...

মন্দিয়াত শিক্ষা বিভাগত ভয়ংকৰ দুৰ্নীতি , বিনামূলীয়া ইউনিফৰ্মৰ ধন আত্মসাতৰ কেলেংকাৰী

সৰৱ বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ভয়ঙ্কৰ দুৰ্নীতিত জড়িত প্ৰতিজন শিক্ষক ,চৰকাৰী বিষয়াক সংবাদমেলযোগে গ্ৰেপ্তাৰৰ দাবী । সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত বিনামূলীয়া ইউনিফৰ্মৰ বাবদ প্ৰতিজন
Read More...