Breaking

Browsing Category

স্থানীয় বাৰ্তা

বাইহাটা চাৰিআলিত কামৰূপ উন্নয়ন ন্যাসৰ উদ্যোগত আৰক্ষী, দৰিদ্ৰক বিনামূলীয়াকৈ মাস্ক বিতৰণ

বাইহাটা চাৰিআলি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আজি কামৰূপ উন্নয়ন ন্যাসৰ  উদ্যোগত বিনামূলীয়াকৈ  মাস্ক বিতৰণ কৰা হয়। কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা, বিশিষ্ট ব্যৱসায়ী ৰবি জামাৰ জড়িয়তে বাইহাটা চাৰিআলিত অঞ্চলটোত কৰ্তব্যৰত 
Read More...

লেখাপানীত হাতী খেদিবলৈ গৈ মোমায়েকে সাজি থোৱা বিদ্যুতৰ ফান্দত লাগি ভাগিনীয়েকৰ মৃত্যু

লিডু তিনিচুকীয়া জিলাৰ লেখাপানীত বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু। উল্লেখ্য যে প্ৰায় এমাহ ধৰি জাগুন তথা লেখাপানী অঞ্চলত নিতৌ দিনে নিশাই সমানেই বন্যহস্তিৰ মুক্ত বিচৰণত আতঙ্কিত হৈ অনিশ্চয়তাৰ
Read More...

গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ২৯ বছৰীয়া মুখবধিৰ যুৱক নিৰুদ্দেশ

গৌৰীপুৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ মুখবধিৰ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোত এক শোকৰ ছাঁ পেলাইছে৷ ঘটনাৰ বিৱৰণী মতে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ
Read More...

গোলাঘাটত কোৱাৰেণ্টাইন কক্ষৰ পৰা পলাল ব্যক্তি

গোলাঘাট গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ঘটিল এক অঘটন। যোৱা ১ মে'ত বোকাখাত চিকিৎসালয়ৰ পৰা ক'ভিড-১৯ সন্দেহত মুকুল মিত্ৰ নামৰ এজন লোকক প্ৰেৰণ কৰিছিল গোলাঘাটৰ চিকিৎসালয়লৈ। কোৱাৰেণ্টাইন কক্ষত যাৱতীয় পৰীক্ষা চলি
Read More...

নগাঁৱত চোৰাং কাঠ জব্দ

নগাঁও লকডাউনৰ মাজতেই নগাঁৱৰ কঠিয়াতলীৰ নেপালী খুঁটিত বন বিভাগে অভিযান চলাই মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাৰ্বি আংলং পাহাৰৰ পৰা হৰেন বৰা নামৰ এজন ব্যক্তিয়ে আনি মজুত ৰাখিছিল কাঠখিনি। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে
Read More...

সদৌ মৰান ছাত্ৰৰ প্ৰতিষ্ঠা দিবস তিনিচুকীয়াত

তিনিচুকীয়া মৰাণ জনজাতিক জনজাতিকৰণ আৰু ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ত শাসন চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সময় মতে প্ৰদান নকৰিলে সংগ্ৰাম অধিক কঠোৰভাৱে চলাই নিয়া হ'ব। মৰাণ জনজাতিৰ স্বাধিকাৰৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন তথা সমন্বয় আৰু
Read More...

সুলভ মুল্যৰ কেৰাচিন বিক্ৰী কৰি ৰঙাঘৰত সোমাল দোকানীসহ ২ যুৱক

খাৰুপেটীয়া দলগাঁৱৰ সমবায় সমিতিসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ বৰুৱাঝাৰ সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীক ক'লা বজাৰত কেৰাচিন বিক্ৰীৰ অপৰাধত মঙলবাৰে দৈপাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ
Read More...

পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু নগাঁৱৰ পৰা নিৰুদ্দেশ

হামৰেণ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত আমট্ৰেঙৰ ছিং ক্ৰ পুলক গাঁৱৰ নিবাসী লংছিং টেৰণৰ পুত্ৰ ৰূপন টেৰণ যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছে৷ সপ্তম শ্ৰেণীত ছাত্ৰ ৰূপন বয়স ১২-১৩ বছৰ হ’ব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ৷
Read More...

বোকাজান আৰক্ষীৰ নেতৃত্বত নাগালেণ্ড, মণিপুৰৰ সহস্ৰাধিক লোক অসমত প্ৰৱেশ

বোকাজান দেশত তৃতীয় লক ডাউন পূৰ্ণ গতিত অব্যাহত থকাৰ সময়ত ৰাজ্যৰ আন্তঃৰাজ্যিক সীমান্ত খুলি দিয়াত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত যোৱা দেওবাৰৰ পৰা মঙলবাবকে তিনিটা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ১১০০ লোকে প্ৰৱেশ কৰে। বিভিন্ন কাৰণত
Read More...

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা জনাৰণ্যত পৰিণত নাজিৰা

নাজিৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জনাৰণ্যত পৰিণত হ’ল নাজিৰা আৰু শিমলুগুৰি নগৰ। ইয়াৰ লগে লগে জনসাধাৰণ, যানবাহন আৰু মুকলি হোৱা ব্যৱসায়ীক প্ৰতিষ্ঠানে নাজিৰা মহকুমাটোলৈ স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি অহাৰ ইংগিত দিলে।
Read More...