Breaking

Browsing Category

স্থানীয় বাৰ্তা

ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে ভাবুকি কঢ়িয়াই আনিছে ভীমপৰা গাঁৱলৈ ; গাঁও উচান হোৱাৰ আশংকা ।

উজনি-মাজুলী নামনি মাজুলীৰ শ্ৰীলুহিত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভকতচাপৰিৰ ভীমপৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ টুনি সুতিয়ে বিগত প্ৰায় এসপ্তাহে ধৰি চলাই থকা গৰা খহনীয়াই অশনি সংকেত কঢ়িয়াই আনিছে গাওঁখনলৈ । যাৰ পৰি-প্ৰেক্ষিতত গাঁওবাসীয়ে বিনিদ্ৰ ৰজনী
Read More...

এবছৰে ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে নগাঁৱৰ মৰিকলঙৰ পকী নলা ৷ জিলা উপায়ুক্তৰ প্ৰত্যক্ষ…

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত বৰঘাট-মৰিকলং নগাঁও চহৰ সংযোগী পথৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁও কলেজ পুলিচ পইন্টৰ পৰা মৰিকলং প্ৰগতি সংঘ ও পুথিভঁৰাল প্ৰৰ্যন্ত অংশৰ পথ সম্প্ৰসাৰণৰ পিছত দুয়োটা গুৰুত্বপূৰ্ণ পথ
Read More...

ৰক্তদাতা দিৱস উপলক্ষে পত্নী সহ নলবাৰী জিলা উপায়ুক্তৰ ৰক্তদান ।

নলবাৰী : যিজন চিকিৎসকে ব্লাড গ্ৰুপ আৱিস্কাৰ কৰিছিল আজি সেই আৱিষ্কাৰক কাৰ্লো লেন্স স্পেইনাৰৰ জন্মদিৱস । ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ তেওঁৰ জন্ম দিৱসটি ৰক্তদাতা দিৱস হিচাপে প্ৰতিবছৰে পালন কৰা হয় । কোৱা হয় ৰক্তদান মানে জীৱন দান । আজি
Read More...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাক নিলম্বন ।

নলবাৰী : বৰ্তমানে দেশ তথা ৰাজ্যত কোভিড-১৯ দুৰ্যোগ চলি থকা সময়ত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সকলো ধৰণৰ ছুটী বাতিল কৰা হৈছে । নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জিলাখনৰ সকলো বিষয়া- কৰ্মচাৰীক ইতিমধ্যে কোনো ধৰণৰ ছুটী ন'লবলৈ
Read More...

কলিয়াবৰৰ খহনীয়া পীড়িত অঞ্চলত ৰকি-গৌৰৱ । অগপ-ভাজপা আৰু বৰঘূলীবাসীৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

কলিয়াবৰ :  সংখ‍্যালঘূ ভোটেৰে সাংসদ হোৱা গৌৱৰ গগৈৰ সংখ‍্যলঘূ প্ৰীতিৰ নমূনাত ক্ষুব্ধ সংখ‍্যালঘূ বসতি প্ৰধান বৰঘূলীৰ ৰাইজ।শুকুৰবাৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ কলিয়াবৰৰ বৰঘূলী অঞ্চল পৰিদৰ্শন
Read More...

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ওপৰ নাজিৰাৰ ৫ টাকৈ পৰিয়ালৰ গৃহ – ভেটি : গৰাখহনীয়া প্ৰতিৰোধৰ…

নাজিৰা  প্ৰতি বছৰে বশিষ্ঠ গংগা খ্যাত দিখৌ নদীৰ গৰাখহনীয়াৰ কবলত পৰি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ চণ্টক , বিহুবৰ , বৰমিছিং গাওঁ , লক্ষ্মীজান , সোন্দৰ পুখুৰী , বাউলী মৈদাম , কুমাৰ গাওঁ , ওপৰ নাজিৰা আদি বিভিন্ন প্ৰান্তৰ ভালেকেইটা পৰিয়ালৰ
Read More...

লকডাউনত অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ স্পেইনৰ এজন যুৱক : পথাৰত হাল বাই দেখুৱালে নিৰ্দশন ।

নাজিৰা পৰা দিলীপ হাজৰিকা । লক ডাউনত শিৱসাগৰত আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন। গাঁৱৰ পথাৰত কঠিয়া পৰাত, টেক্টৰ চলাই হাল বোৱাৰ পৰা বোকা খচি লাহনিৰে পানী
Read More...

ভূঞাখাট মণ্ডল কংগ্রেছৰ সভাপতি সম্পাদকৰ বিজেপিত যোগদান ।

কৌস্তুভমনি শৰ্মা, টংলা বি টি চি পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা মতে বিভিন্ন দলৰ পৰা বিভিন্ন পাৰ্থীয়ে মনোনয়নপত্র দাখিল কৰিলে বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে কিন্তু থিক তেনে সময়তে বিশ্বব্যাপী মৃত্যুৰ কিৰিলি টোলা চিনৰ পৰা বিয়পা
Read More...

মৰিকলং-পানীগাওঁ চাৰিআলি সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে জলাকলা খোৱাইছে পথচাৰীক ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন নগাঁও জিলাৰ  ৩৬ নং ৰাষ্ট্ৰীয় পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পানীগাওঁ চাৰিআলি সংযোগী পথটো নগাঁৱৰ এটা অতি গুৰুত্বপূৰ্ণ পথ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ
Read More...

নগাঁও চহৰৰ বৰবজাৰ অঞ্চলত গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ।

দৈনন্দিন বাৰ্তা নগাঁও চহৰৰ বৰবজাৰৰ ঢাকাইপট্টিত থকা ৭খনকৈ গো-মাংস বিক্ৰীৰ দোকান বন্ধ কৰাৰ দাবীত আজি একাংশ সচেতন ৰাইজে অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে চহৰখনৰ মূল ব্যৱসায়িক অঞ্চলৰূপে চিহ্নিত বৰবজাৰৰ ঢাকাইপট্টিত থকা গো-মাংস
Read More...