Breaking

লামডিঙ ৰেলৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে

0 1,241

লামডিঙ ৰেলৱে আৰক্ষীয়ে( G R P) বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে। যোৱা সোমবাৰে নিশাৰ ভাগত নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ নং 15670 ট্ৰেইনত লামডিঙ ৰেলৱে আৰক্ষী (G R P) ভাৰপ্ৰাপ্ত বিষয়া ছাইদুৰ ইছলামৰ নেতৃত্বত চাৰিজন আৰক্ষী যোবান ক্ৰমে সঞ্জন কুমাৰ দাস,গৃহৰক্ষী যোবান আচিফ আহমেদ,গৃহৰক্ষী যোবান মোজাম্মিল হুছেইন,হেড কনিষ্টবল নলেশ্বৰ দুয়াৰা, এটা দলে যোৱা কালি নিশাৰ ভাগত নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছত নং 15670 ট্ৰেইনত অভিযান চলাই 15 টা চাবুনৰ কেচত 269 (GM) ব্ৰাউন সুগাৰ জব্দ কৰে। জব্দ কিত ব্ৰাউন সুগাৰৰ বজাৰ মূল্য আনুমানিক 50 লাখ হব ।

Leave A Reply