Breaking

অসম দক্ষতা বিকাশ মিচনৰ অধীনত দক্ষতা প্ৰশিক্ষণৰ বৃহৎ পঞ্জীকৰণ…

0 265

অসম দক্ষতা বিকাশ মিচনৰ অধীনত দক্ষতা প্ৰশিক্ষণৰ বৃহৎ পঞ্জীকৰণৰ অভিযানৰ। অসমৰ ৩১ খন জিলাত এই প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ কৰা হৈছে। ২৫ তাৰিখৰ পৰা ২৭ তাৰিখ পৰ্যন্ত এই বৃহৎ কাৰ্যসূচী চলিব। অসমৰ প্ৰায় কেইখন জিলাত এই প্ৰশিক্ষণ কাৰ্যকৰী হোৱাৰ লগতে গুৱাহাটী মহানগৰী আই টি আই গোপীনাথ নগৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।

এই সম্পৰ্কত অসম দক্ষতা বিকাশ মিচনৰ পৰিচালন সঞ্চালক অংকুৰ জৈনে দক্ষতা বিকাশ মিচনৰ সম্পৰ্কত বিস্তৃত্ব ভাৱে জানিবলৈ দিয়ে। আনহাতে বিভিন্ন জিলাৰ পৰা অহা শিক্ষাৰ্থী সকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে।

Leave A Reply