Breaking

মেট্ৰিকৰ অসমীয়া প্ৰশ্নকাকতো ফাদিল, পুনৰ পৰীক্ষা বাতিল

0 61

মেট্রিকৰ অসমীয়া পৰীক্ষাৰ প্রশ্নকাকতো হ’ল ফাদিল।

মেট্রিকৰ অসমীয়া পৰীক্ষাও বাতিল হ’ব।

এই কথা টুইটযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে।

ছেবাক মুখ্যমন্ত্রীৰ নিৰ্দেশ নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ ।

উল্লেখ্য যে আৰক্ষীৰ জেৰাত ফাদিল হৈছে বহু বিস্ফোৰক তথ্য।

জেৰাত মুখ খুলিছে শিক্ষক প্রণৱ দত্তই।

লুইত খাবলুৰ কেন্দ্রৰ তত্বাৱধায়ক প্রণৱ দত্ত।

আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক।

জেৰাত সদৰী হৈছে প্রশ্নকাকত ফাদিলৰ তথ্য।

Leave A Reply