Breaking

আজি প্ৰদান কৰা হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ…

0 82

আজি প্ৰদান কৰা হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ।

ৰাজ্যৰ ভিন্ন স্থানত আয়োজন কৰা হৈছে প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠানৰ। ডিব্ৰুগড়ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মানকটা খেলপথাৰত সম্বোধন কৰিব বিশাল জনসভাক। সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিক্ষাৰ্থীৰে কৰিব মত বিনিময়।

Leave A Reply