BREAKING মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত মন্ত্ৰী অজন্তা নেওগ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰিলে।

অজন্তা নেওগে মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে।মন্ত্ৰী নেওগে সিজুবাৰীত থকা আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে।উল্লেখযােগ্য যে,মন্ত্ৰী অজন্তা নেওগে কেইবাগৰাকী আইতাক ভৰি চুই সেৱা কৰিলে।

Related Articles