Breaking

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী বিমল বৰা…

0 307

ডিব্ৰুগড়ৰ ঐতিহ্যময় শিক্ষাকেন্দ্ৰ টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে দেখা গল ৰণোজ পেগুক ।

মহাবিদ্যালয়খনে অসমৰ শিক্ষাক্ষেত্ৰখনলৈ বিগত ৫০ বছৰে আগবঢ়োৱা সেৱাৰ স্মৃতিচাৰণ কৰি অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজক শিক্ষানুষ্ঠানখনৰ উত্‍কৰ্ষ সাধনৰ বাবে সদাসচেতন হ’বলৈ আহ্বান জনায় ৰণোজ পেগুৱে ।

Leave A Reply