June 23, 2021 মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন Share FacebookTwitterWhatsAppTelegramKooEmail মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰলৈ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সদিচ্ছাত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি দৈনন্দিন বাৰ্তা - May 3, 2026 গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখনিৰ কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা সম্পন্ন দৈনন্দিন বাৰ্তা - May 3, 2026 কাইলৈ ঘোষণা হ’ব অসম বিধানসভা নির্বাচনৰ ফলাফলঃ জাৰি কৰা হৈছে ১৬৩ ধাৰা দৈনন্দিন বাৰ্তা - May 3, 2026