Breaking

দূৰাৰোগ্য ব্লাডকেঞ্চাৰত আক্ৰান্ত মৰিগাঁওৰ লাহৰিঘাটৰ কণমাণী ছোৱালীঃ আৰ্থিক সাহায্যৰ আহ্বান দৰিদ্ৰ পৰিয়ালৰ

0 2,033

সম্প্ৰতি মৰিগাঁও জিলাৰ লাহৰিঘাট গাঁও নিবাসী আইজুল  ইছলামৰ কণমাণী ছোৱালী ছুমায়া চিদ্দিকা(৭) ই বিগত  ৬ মাহ ধৰি দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে। বৰ্তমান তাইৰ অৱস্থা খুবেই সংকটজনক হোৱা বাবে বৰ্তমান তাইৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে। যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়। যাৰ বাবে উন্নত চিকিৎসাৰ কাষ চাপিব পৰা নাই। সেয়ে  কোনোবা সু-হৃদয়বান ব্যক্তিৰ পৰা অাৰ্থিক সাহায্য বিচাৰিছে। সেয়ে কোনোবা ইচ্ছুক সদাশয় ব্যক্তিয়ে অাৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে  A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm)A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm) অথবা  87210 25667 নম্বৰত পোনপটীয়াকৈ  যোগাযোগ কৰি কৰিবও পাৰে ।

Leave A Reply