Breaking

কৰুণ ! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক…

0 59

গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷

নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নোপোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো৷ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ ঘটনাটো৷ ৰে’লৰ খুন্দাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)৷

নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷

Leave A Reply