Breaking

ধমধমা আঞ্চলিক কলেজত মোবাইল ব্যৱহাৰ ,ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ

0 82

ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ।  নলবাৰী জিলাৰ ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ চিকুৰুটি সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ দিয়া হয়। তিনিদীনীয়া কাৰ্য্যসুচীৰে আৰম্ভ কৰা  এই প্ৰশিক্ষণ ধমধমা আঞ্চলিক কলেজত আৰম্ভ কৰা হয়।

National Institute of Electeronics And Information ৰ উদ্যোগত আৰম্ভ হোৱা সজাগতামুলক প্ৰশিক্ষণৰ আগমুহূর্তত কলেজ কতৃপক্ষই এখনি সাধন সভা আহ্বান কৰে। সভাখনত আদৰনি ভাষন আগবঢ়ায়  ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ গৌতম চন্দ্র দাসে।

সভাখন উদ্বোধন আৰু বন্তি প্ৰজলন কৰে ধমধমা আঞ্চলিক কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা দিপালী দেৱীয়ে, সভাখনত অতিথি হিচাপে অংশগ্রহণ কৰে National Institute of Electeronic And Information অৰ চিনিয়ৰ টেকনিকেল অফিচাৰ সৌৰভ মহন্তই, National Institute of Electeronics And Information আন এজন চিনিয়ৰ টেকনিকেল অফিচাৰ সুব্রত বৰা, National Institute of Electeronics And Information আই টি ফেকাল্টি ডেভিড ৰয়, বি এইচ যে কলেজ সৰুপেটাৰ সহযোগী ফনীধৰ মেছে, সভাখনত উপস্থিত থাকে সেই অঞ্চলৰ ৰাইজ তথা ছাত্র -ছাত্ৰী ,আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলে সভাখনত উপস্থিত থাকে।

Leave A Reply