Breaking

মৰিগাঁও জিলা ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠান

0 116

সোমবাৰে দিনযোৰা কাৰ্যক্ৰমে মৰিগাঁও জিলা ভূৰবন্ধাত ভূৰবন্ধা শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজা আৰু মাতৃ বন্দনা অনুষ্ঠান আয়োজন কৰে।

এই মাতৃ পূজাৰ জৰিয়তে নিকেতনত বিদ্যা আৰম্ভ কৰে।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই পূজাত প্ৰথমে সৰস্বতী দেৱীক হোম যজ্ঞৰে আৰাধনা কৰা পিছত নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ মাতৃ সকলক ধূপ ধূনা চাকি বন্তি লৈ পূজা কৰে।

পূজা সমাপ্ত কৰি আবেলি সকলোৱে প্ৰসাদ গ্ৰহণ কৰি নিজ নিজ ঘৰলৈ যায়।

অনুষ্ঠানত নিকেতন খনৰ সমুহ ছাত্ৰ ছাত্ৰী,আচাৰ্য্য-আচাৰ্য্যা,অভিভাবক-অভিভাবিকাৰ লগতে পৰিচালনা সমিতি সদস্য-সদস্যা সকল উপস্থিত থাকে।

Leave A Reply