Breaking

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰহিম আৰু চফিকুল হক ৷ ৯ টা কন্টেইনাৰ, ২০৯ টা নিচাজাতীয় টেৱলেট জব্দ৷

0 520

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷
ড্ৰাগছৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীৰ সফল অভিযান ৷
মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ ঘোগাত আৰক্ষীৰ অভিযান ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷
ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি ৯ টাকৈ কন্টেইনাৰ আৰু ২০৯ টা নিচাজাতীয় টেৱলেট ৷
দুই ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ১৫,৩৪০ টকা ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে আব্দুল ৰহিম আৰু চফিকুল হক ৷
দুয়োজনৰে ঘৰ মুকালমুৱা থানাৰ ঘোগাত ৷

Leave A Reply