Breaking

গর্ভৱতী মহিলাকো কৰিব পাৰি ক’ভিড টিকাকৰণ: কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ঘোষণা

0 537

ক’ভিড–১৯ টিকাকৰণ গর্ভৱতী মহিলাকো দিব পাৰি৷ আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই ঘোষণা কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ হৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ)ৰ সঞ্চালকপ্রধান ডাঃ বলৰাম ভার্গৱে কয়– কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে নির্দেশনা জাৰি কৰিছে যে গর্ভৱতী মহিলাকো ক’ভিড ভেকচিন দিব পাৰি৷ গর্ভৱতী মহিলাৰ কাৰণে ভেকচিন ব্যৱহাৰযোগ্য আৰু ইয়াক প্রদান কৰা উচিত৷

Leave A Reply