ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গাজাত তাৎক্ষণিক যুদ্ধ বিৰতিৰ বাবে ৰাষ্ট্ৰসংঘত আহ্বান ভাৰতৰ…

ৰাষ্ট্ৰসংঘত গাজা ষ্ট্ৰিপত তাৎক্ষণিক আৰু সম্পূৰ্ণ যুদ্ধ বিৰতিৰ আহ্বান পুনৰ দোহাৰিছে ভাৰতে। লগতে কোনো চৰ্ত অবিহনে বন্দীসকলক মুকলি কৰিবলৈও আহ্বান জনাইছে।বুধবাৰে মধ্যপ্ৰাচ্য সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ...

নীট প্ৰশ্নকাকত ফাদিল গোচৰ; পাটনা এইমছৰ ৩ চিকিৎসকক গ্ৰেপ্তাৰ, এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ…

নীট প্ৰশ্নকাকত ফাদিল গোচৰত চিবিআইৰ দলে প্ৰতিদিনে নতুন নতুন দিশ উন্মোচন কৰি আহিছে । অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ জালত পৰা...

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত…

উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। ১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখনৰ দুৰ্ঘটনাত কেইবাজনো লোক আহত। লাইনচ্যুত হৈ বাগৰিল দুটাকৈ ডবা।

ভাৰতৰ প্ৰথম স্বদেশীভাৱে বিকশিত পেটেণ্টযুক্ত মহ প্ৰতিৰোধক…

মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতে এক যুগান্তকাৰী বৈজ্ঞানিক মাইলৰ খুঁটি অৰ্জন কৰিছে। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ বিজ্ঞানীসকলে নিজৰ অংশীদাৰসকলৰ সহযোগত মুকলি...

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন…

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷ হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷ ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে...

Popular