ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

সৰ্ববৃহৎ কেলেংকাৰি সংঘটিত হৈছে শ্বেয়াৰ বজাৰতঃ মোদী-শ্বাহৰ বিৰুদ্ধে আঙুলি টোৱাই তদন্ত বিচাৰিলে ৰাহুল গান্ধীয়ে…

মোদী-শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাহুল গান্ধী।ৰাহুলে দাবী কৰে যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত প্ৰথমবাৰৰ...

নীট-ইউ জি ২০২৪ত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ! আপত্তি দৰ্শাই পত্ৰ প্ৰেৰণ বহু অভিভাৱকৰ…

মঙলবাৰে ঘোষণা কৰা নীট-ইউ জি ২০২৪ৰ ফলাফলে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আচৰিত কৰি তুলিছে। ফলাফলকলৈ বহু আপত্তি উত্থাপন হৈছে। কাৰণ অভূতপূৰ্ব সংখ্যকভাবে ৬৭গৰাকী শিক্ষাৰ্থীয়ে ৭২০ৰ ভিতৰত...

ভাৰত-আমেৰিকাঃ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ, অতি সোনকালে ভাৰত ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি জো বাইডেন…

২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে বিগত ছয় সপ্তাহত ভাৰতত অনুষ্ঠিত হোৱা নিৰ্বাচন বিশ্বৰ ইতিহাসত গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। আমেৰিকাৰ...

সাৱধানঃ বাৰ্ড ফ্লুত আক্ৰন্ত হৈ বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু…

বাৰ্ড ফ্লুত আক্ৰন্ত হৈ মেক্সিকোত বিশ্বৰ প্ৰথমগৰাকীৰ ব্যক্তিৰ মৃত্যু। বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য। জ্বৰ, উশাহ-নিশাহৰ সমস্যা, ডায়েৰিয়া, বমি, সাধাৰণ অস্বস্তিত ভুগিছিল...

দেশত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য! ক’ত, কিমান মূল্য পেট্ৰ’ল-ডিজেলৰ…

দেশজুৰি বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.১৯ টকা। আনহাতে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৮৯.৯৬টকা। ৰাজধানী দিল্লীতো পেট্ৰ’লৰ দাম ৯৪.৭২ টকা হ'ল...

Popular