ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

এগৰাকী মহিলাই একেৰাহে দুদিন দুটা সন্তান জন্ম দিলে! কেনেকৈ সম্ভৱ?

আগদিনা এটা তাৰ পিছদিনা এটা-একেৰাহে দুটা সন্তান জন্ম দিয়ে এগৰাকী মহিলাই । এই অদ্ভুত কাণ্ড সংঘটিত হৈছে আমেৰিকাত। ৩২ বছৰীয়া কেলচে হেচাৰৰ দুটা জৰায়ু...

আদিত্য-এল১: পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থানত উপনীত হোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযান…

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে ঘোষণা কৰিছে যে আদিত্য-এল১ অহা ৬ জানুৱাৰীত লেগ্ৰেঞ্জিয়ান পইণ্ট এল১ত উপস্থিত হ’ব। এই পইণ্টটো পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত।...

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৩ জন সৈনিক নিহত, তিনিজন আহত…

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ ফলত তিনিজন সৈনিক শ্বহীদ হৈছে আৰু আন তিনিজন আহত হৈছে। আক্ৰমণকাৰীসকলে সামৰিক কনভয়ক লক্ষ্য কৰি লৈছিল...

বিশ্বজুৰি কফ ছিৰাপে প্ৰাণ লৈছে ১৪১টাকৈ শিশুৰ !৪ বছৰতকৈ কম বয়সৰ শিশুক কফ ছিৰাপ সেৱনত নিষেধাজ্ঞা…

৪ বছৰতকৈ কম বয়সৰ শিশুক কফ ছিৰাপ সেৱনত নিষেধাজ্ঞা। বিশ্বজুৰি কফ ছিৰাপে প্ৰাণ লৈছে ১৪১টাকৈ শিশুৰ। এই সন্দৰ্ভত DCGI-এ ঔষধ কোম্পানীবোৰলৈ জাৰি কৰিছে সতৰ্কবাণী।...

কামিন্সৰ অভিলেখ ভংগ! এতিয়ালৈ IPLৰ ইতিহাসৰ সবাতোকৈ দামী খেলুৱৈত পৰিণত মিচেল ষ্টাৰ্ক; ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক ক্ৰয়…

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আই পি এল ২০২৪ৰ নিলামত ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক...

Popular