Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
চলিত বৰ্ষৰ জুন মাহত GST বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ প্ৰদৰ্শনকাৰী প্ৰধান ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ অসমৰ
ধ্ৰুৱ ৰাঠীৰ ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ক দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিদেৰ্শ
ভাৰতীয় ৰেলৱেত ৬,৫৫৭ পদত বৃহৎ নিযুক্তিৰ পদক্ষেপঃ যুৱ প্ৰজন্মৰ বাবে আহিছে সুবৰ্ণ সুযোগ
জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 27, 2023
বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। নিশা প্ৰায় ৮ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ ভাৰতীয় চকীত পাকিস্তানী সৈন্যই গুলীচালনা কৰিছিল। আৰ্নিয়া ছেক্টৰ BSF...
পশ্চিম বংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 27, 2023
পশ্চিমবংগৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ EDৰ৷২০ ঘণ্টীয়া জেৰাৰ অন্তত মল্লিকক গ্ৰেপ্তাৰ৷ আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ৷জ্যোতিপ্ৰিয় মল্লিক খাদ্যমন্ত্ৰী থকাৰ সময়ত হৈছিল এই কেলেংকাৰি৷
আমেৰিকাৰ লুইষ্টন চহৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ, নিহত ২২ জন…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 26, 2023
আমেৰিকাৰ লুইষ্টন চহৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ। বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত নিহত ২২। ৬০জনতকৈও অধিক লোক আহত। সংকটজনক অৱস্থাত ২০জনৰো অধিক লোক।
অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 26, 2023
অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। ২০২৪ৰ ২২ জানুৱাৰীত ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’।প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ। বুধবাৰে (২৫ অক্টোবৰ) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত...
যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপৰ সাধাৰণ নাগৰিকলৈ সহায়ৰ হাত ভাৰতৰ
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 25, 2023
যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপলৈ সহায়ৰ হাত ভাৰতৰ। ৩৮ টন খাদ্য, চিকিৎসা-সামগ্ৰী প্ৰেৰণ গাজা ষ্ট্ৰীপলৈ। উল্লেখ্য যে ভাৰতৰ সহায়ে কিছু পৰিমাণে হ'লেও সকাহ দিব গাজাবাসীক। ৰাষ্ট্ৰসংঘত...
1
...
405
406
407
...
1,143
Page 406 of 1,143
Popular
মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
দৈনন্দিন বাৰ্তা
-
July 8, 2026