Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ আনিছে আমেৰিকাৰ পৰা অগাৰ মেচিন…

উত্তৰকাশী সুৰংগ পতনৰ আপডেটঃ উত্তৰকাশী দুৰ্ঘটনাত সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে মাতি অনা আমেৰিকাৰ অগাৰ মেচিনটো যথেষ্ট বিশেষ। এই মেচিনটোৰ ক্ষমতা প্ৰচণ্ড। উত্তৰাখণ্ডৰ উত্তৰকাশীত সুৰংগ দুৰ্ঘটনাত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে
Read More...

চন্দ্ৰযান-৩ উৎক্ষেপণ বাহনৰ এটা অংশই নিয়ন্ত্ৰণ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে…

চন্দ্ৰযান ৩ উৎক্ষেপণ বাহনঃ চলিত বৰ্ষৰ ১৪ জুলাইত চন্দ্ৰযান-৩ মহাকাশযানখনক নিৰ্দিষ্ট কক্ষপথত সফলতাৰে উৎক্ষেপণ কৰা এলভিএম-৩ এম৪ উৎক্ষেপণ বাহনৰ ‘ক্ৰাইজেনিক’ ওপৰৰ অংশই বুধবাৰে পুনৰ অনিয়ন্ত্ৰিতভাৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইছৰ’ই কয়, ‘এই
Read More...

ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ মৃত্যু..

দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয় ছাহাৰাৰ মৃত্যু। ৭৫ বছৰ বয়সত মৃত্যু ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ।
Read More...

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প…

পুৱাই পাকিস্তানত ৫.২ প্ৰাব্যলৰ ভূমিকম্প। এই তথ্য ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দিছে। প্ৰতিবেদন অনুসৰি কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ অহা নাই।
Read More...

দীপাৱলীৰ পিছতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰলৈ পৰিগণিত দিল্লী…

দিল্লী প্ৰদূষণঃ বৰষুণৰ বাবে বায়ু প্ৰদূষণৰ পৰা দিল্লীয়ে অলপ সকাহ পাইছিলহে, সেই সকাহ দেওবাৰে দীপাৱলী উপলক্ষে শেষ হোৱা বুলি জানিব পৰা গৈছে। নিষেধাজ্ঞাৰ পিছতো ফটকা ফুটালে ৰাইজে। দীপাৱলীৰ পিছত সোমবাৰে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে
Read More...

৪৮ ঘণ্টাৰ পাছতো সুৰংগত আবদ্ধ ৪০ জন লোক, ষ্টীলৰ পাইপৰ জৰিয়তে উদ্ধাৰৰ প্ৰস্তুতি…

চৰ ধাম সুৰংগঃ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকক দুৰ্ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই। অৱশ্যে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোক সুৰক্ষিত হৈ থকাৰ কথা অৱগত কৰিছে। উদ্ধাৰ অভিযানৰ বাবে আজি
Read More...

মাজনিশালৈকে যান-জঁট ! ১০০০ৰো অধিক বাছ, ৫০০০ চাৰিচকীয়া বাহন, ২.৫ লাখ লোক জামত আবদ্ধ…

বেংগালুৰুত যান-জঁটৰ সমস্যা: বেংগালুৰুত প্ৰতিদিনে দেখা যায় জামৰ সমস্যা। এইবাৰ অত্যাধিক হৈছিল আৰু দীপাৱলী উপলক্ষে ২.৫ লাখ লোক জামত আবদ্ধ হৈ পৰিছিল। শুকুৰবাৰে নিশা প্ৰায় ২.৫ লাখ লোক থকা এই জামত ১০০০ৰো অধিক বাছ আৰু আন ৫০ হাজাৰ বাহন আবদ্ধ হৈ
Read More...

বিদেশী নেতাৰ দীপাৱলী শুভেচ্ছা, দক্ষিণ আফ্ৰিকাতো দীপাৱলীৰ উদযাপন…

বিদেশী নেতাৰ দীপাৱলী শুভেচ্ছাঃ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই কয় যে পোহৰৰ উৎস দীপাৱলী, আমি বৈচিত্ৰ্য আৰু বহু বিশ্বাসৰ দেশ, সেইবাবেই আমি দীপাৱলীৰ গুৰুত্ব বুজি পাওঁ। বিশ্বজুৰি বসবাস কৰা হিন্দু আৰু শিখ সকলৰ বাবে দীপাৱলীৰ
Read More...

সীমান্তত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

প্ৰধানমন্ত্ৰী মোদী দীপাৱলী উদযাপনৰ ফটো: সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীক পুনৰবাৰ সীমান্তত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ এইবাৰো তেওঁক দেশৰ শত্ৰুসকলক এক শক্তিশালী বাৰ্তা
Read More...

অযোধ্যা দীপোৎসৱঃ ২৪ লাখ বন্তিৰে আলোকিত অযোধ্যা চহৰ…

অযোধ্যা দীপাৱলীঃ ভগৱান ৰামৰ নগৰ অযোধ্যাই সৃষ্টি কৰিছে এক নতুন বিশ্ব অভিলেখ। অযোধ্যাত পোহৰ আৰু আতচবাজীৰ উৎসৱত জিলিকি উঠিছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও অযোধ্যাত উপস্থিত হয়। ২৪ লাখ বন্তিৰে আলোকিত কৰিছে সমগ্ৰ
Read More...