ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণ কৰা অসমৰ বাৰ গৰাকীৰ বিৰুদ্ধে জামিন বিহীন গোচৰ

অসমৰ পৰা দিল্লীলৈ সোমবাৰে গৈ কৃষক আন্দোলনত যোগ দিছিল অসমৰ বাৰ জনীয়া এটা দলে। পিছত বুধবাৰে সন্ধিয়া উভতি আহি বৰঝাৰ বিমান বন্দৰ কভিড পৰীক্ষা...

৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ ভাৰত পালেহি ৰাফেল বিমান

বুধবাৰে নিশা ভাৰত পালেহি তিনিখনকৈ ৰাফেল বিমান। ফ্ৰান্সৰ পৰা ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি জামনগৰৰ বিমানঘাটিত অৱতৰণ কৰে তিনিখনকৈ ৰাফেল বিমানে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে...

কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সংগী ভি কে শশীকলাক

৪ বছৰৰ পিছত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক । ভি কে শশীকলা ৬৬...

কাজিৰঙাত বলীউদৰ তাৰকা আয়ুষ্মান খুৰানাৰ হিন্দী ছবিৰ দৃশ্যগ্ৰহণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানা। খোলা জিপচীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে বলীউদৰ...

পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী পুনৰ হৃদৰোগত আক্ৰান্ত। যাৰ বাবে কলিকতাৰ এপ’ল’ হাস্পতালত ততাতৈয়াকে ভৰ্তি কৰোৱা হয় গাংগুলীক। উল্লেখ্য...

Popular