উত্তৰ-পূৰ্বাঞ্চল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’লে-“নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধা…”

চলি আছে ৩ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয়, "তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ"। সোণোৱালে তিনি ৰাজ্যৰ নিৰ্বাচনী ভোটগণনাৰ...

মেঘালয়ত প্ৰথম পাঁচজন আগতীয়া ভোটাৰে লাভ কৰিলে পদক…

আগতীয়াকৈ ভোটদান আৰু শক্তিশালী ভোটদানক উৎসাহিত কৰাৰ উদ্দেশ্যে সোমবাৰে সমগ্ৰ মেঘালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা প্ৰথম পাঁচজন লোকক পদক আৰু প্ৰমাণপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।...

বাইক ৰেলীৰে জিৰাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাক লগত লৈ অসমৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপি প্ৰাৰ্থী সকলৰ সমৰ্থনত শ্বিলং আৰু তুৰাত দুখন বৃহৎ নিৰ্বাচনী সভাত ভাগ লৈ দলটোৰ প্ৰচাৰত নতুন মাত্ৰা প্ৰদান কৰে। আনহাতে...

কাইলৈ যোৰাবাট আৰু বৰ্ণিহাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই; ৰাণীৰ পৰা জিৰাঙলৈ বিজেপি প্ৰাৰ্থী ৰিয়া চাংমাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ…

মেঘালয় বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আৰু প্ৰায়...

নাগালেণ্ডৰ ৱোখাত ভোট ক্ৰয়ৰ প্ৰয়াস কৰি থকা অৱস্থাত মুদ্ৰাৰ নোটৰ বাণ্ডিলসহ ধৰা পৰিল ৰাজনৈতিক এজেণ্ট

মঙলবাৰে নাগালেণ্ডৰ ৱোখা জিলাত ভোটাৰক উৎকোচ দিয়া আৰু ভোট ক্ৰয় কৰাৰ অভিযোগত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ দুজন এজেণ্টক আটক কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি,...

Popular