উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত মন্ত্ৰী পিয়ুষ হাজৰিকা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশমৰ্মে মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত উপস্থিত হৈ তাত চলি থকা উদ্ধাৰকাৰ্য্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই। মণিপুৰ চৰকাৰৰ...

১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল।১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী।শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব প্ৰধান শিক্ষক,শিক্ষক-শিক্ষয়িত্রী।হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ...

বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন,ৰবীন্দ্ৰ ভৱনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে ‘বীৰাংগনা’ই

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত...

সুদীৰ্ঘ ১৩ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান ,শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰি বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰী

বোকাখাতৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰি বিদ্যালয়লৈ যোৱাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি বিদ্যালয়ত হিজাব পৰিধান...

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি

মহাৰাষ্ট্ৰত উজ্জ্বলিল অসমীয়া সংস্কৃতি । ৰাষ্ট্ৰীয় পৰ্যায়ত সংস্কৃতি বঁটা পালে দুই অসমীয়াই । বিহালীৰ সন্তান জোন দাস আৰু নেহা বৰাই মহাৰাষ্ট্ৰ সমতা সাহিত্য...

Popular