Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

মথুৰাপুৰ কৃষিপাম গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

জয়মতী জীৱনী ভিত্তিক নাট মঞ্চস্থ দিলীপ হাজৰিকা মথুৰাপুৰ ১০১ নং গ্ৰান্ট নামনি কৃষিপাম গাঁৱত মহাসতী জয়মতী স্মৃতি দিৱসটি ২৮ মাৰ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ বৰগোহাঁয়ে পতাকা
Read More...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ

কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেৱাইএমে কয় যে বিজেপিয়ে তেওঁক হত্যা কৰিব বিচাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বুধবাৰে প্ৰতিবাদকাৰীসকলে ঘেৰি ধৰিছিল। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰ আইপি কলেজৰ ওচৰৰ
Read More...

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাওঁৰ সোঁমাজেৰে পাৰ হৈ গৈছে যোগীঘোপা ময়নাগুৰি ৰেল লাইন। উক্ত ৰেল লাইনেৰে
Read More...

ছিলঙত উত্তৰ- পূৱৰ সাংবাদিকৰ কৰ্মশালা সম্পন্ন।  

উত্তৰ পুৱৰ সংবাদকৰ্মীক একত্ৰিত কৰি শ্বিলঙত এক কৰ্মশালাৰ আয়োজন কৰিছিল মেঘালয় STATE CONMISSION FOR PROTECTION OF CHILD RIGHT  আৰু সেৱা ভাৰতী পুৰ্বাঞ্চলে । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধীনৰ REGIONAL LEVEL ORIENTATION WORKSHOP OF NORTH
Read More...

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত মাটিফাটা অঞ্চল ।

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে
Read More...

নাগালেণ্ড চেকগেটত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানা  এলেকাত এইবাৰ খুচুৰা ব্যৱসায়ীৰ ৰূপত সুৰা ব্যৱসায়ীয়ে চলাইছে অবাধ বেহা। বিশেষ সূত্ৰে জানিব পৰা মতে ধলোৱা পথাৰৰ জনৈক নকুল, বৰবামৰ জনৈক চন্দনৰ লগতে জনৈক
Read More...

নাগাৰ নামেৰে শুভাৰম্ভ হব চান্দমাৰীত বহাগী উৎসৱ

২৩-২৪ এপ্ৰিলত চান্দমাৰীত বহাগী উৎসৱঃনাগাৰ নামেৰে শুভাৰম্ভ কৰিব বিহুমঞ্চ। বহত্তৰ চান্দমাৰীস্হিত পূৱ -গুৱাহাটী ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অহা ২৩ আৰু ২৪ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে ব’হাগী উৎসৱ উদযাপন কৰিব ৷ মহানগৰীৰ
Read More...

হিজাব সম্পৰ্কে কি কলে মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে

মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে হিজাব গোচৰটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধে, এয়া তাইৰ পছন্দ। হৰনাজ কৌৰে কৈছিল- যদি কোনোবাই তাইক আধিপত্য বিস্তাৰ কৰিছে, তেন্তে তাই আগবাঢ়ি আহি কথা ক'ব লাগিব। তাই
Read More...

সুলভ মূল্যৰ সামগ্ৰীৰ কলা বজাৰ ৰোধ কৰিবলৈ বিশেষ সজাগতা সভা

দৰিদ্ৰ হিতাধিকাৰী সকলক ৰাজ্যৰ যোগান বিভাগে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীৰ ক'লা বজাৰ ৰোধ কৰাৰ লগতে সামগ্ৰী সমুহ সঠিক আৰু সময়মতে গ্ৰাহক সকলক যোগান ধৰাৰ ওপৰত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ
Read More...

কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ ৷

বৰপেটাৰ মৌটুপুৰীত অৱস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি
Read More...