উত্তৰ-পূৰ্বাঞ্চল

Bogamati:বগামাটিত বনভোজ স্থলী উদ্বোধন

বিটিআৰৰ নৱগঠিত তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ প্ৰাকৃতিক ৰম্যভূমি বগামাটিলৈ(Bogamati) অহা বনভোজকাৰী দলক জিলা দণ্ডাধীশ দিয়া নিৰ্দেশ সমূহ মানি চলাৰ বাবে আহ্বান জনাইছে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়।

Picnic । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

Picnic । বনভোজলৈ যাওঁতে দল সমুহে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত বৃহস্পতিবাৰে ড° জুনু মহন্তৰ উপন্যাস ভূৱনেশ্বৰী উন্মোচন কৰা হয়। ডিব্ৰুগড় লেখিকা সমাৰোহৰ আয়োজনত অনুষ্ঠিত হোৱা সাহিত্য অনুস্থানত অনুবাদক, গল্পকাৰ, অধ্যাপিকা ড° জুনু মহন্তৰ প্ৰথম উপন্যাস উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে(Juri Borah Borgohain)।

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

Popular