মৰ্মাহত

কাৰ দোষত মৃতপ্ৰায় অসম চৰকাৰৰ এসময়ৰ সোণৰ কণী পৰা হাঁহ

২০১৫ চনত চাৰি কোটি টকা ব‍্যয়ৰে নিৰ্মিত অত‍্যাধুনিক হাঁহ পালন গৃহত এতিয়া জংঘলী লতাকলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম ও গৱেষণা কেন্দ্ৰৰ আজিৰ বিধস্ত ৰূপৰ...

ৰঙিয়াত ভূল চিকিৎসাৰ বলি হৈ সন্তানক হেৰুৱাবলগীয়া হোৱাৰ দৰে গুৰুতৰ অভিযোগ

 ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ গৌৰাঙ্গ মেধীৰ বিৰুদ্ধে ভূল চিকিৎসা কৰাৰ দৰে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে ৰঙিয়াৰ নিকটৱৰ্তী হেমদোল...

কুসুমটোলাত যুৱ ব্যৱসায়ীৰ মৃত্যু

জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি  উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত  নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা...

গোলাঘাটত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে লকডাউনৰ সময় বৃদ্ধিৰ সম্ভাৱনা

গোলাঘাটত লকডাউনৰ সময় সীমা বৃদ্ধিৰ ইংগিত দিলে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। যিহেতু ৭ জুলাইৰ পৰা সম্পূৰ্ণ কন্টেইমেন্ট জ'ন ঘোষণা কৰা...

ওৰাঙত পত্নীক মৰিয়াই মৰিয়াই হত্যা : হত্যাকাৰী স্বামীক শ্মশানৰ পৰা গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওৰাঙত ।ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱা গাওঁত সংগঠিত হৈছে এই জঘন্য কান্ড । পাষাণ স্বামীয়ে নিজৰ পত্নীক...

Popular