মৰ্মাহত

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

প্ৰকৃতিপ্ৰেমী সকলৰ বাবে দুখবৰ। বুধবাৰে পুৱতি নিশা  বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু হয় । খবৰ পোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী...

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।  বঢ়মপুৰৰ বাৰগঁঞা নামঘৰৰ সমীপতত থকা এটা পুখুৰীত  উপঙি...

ক’ভিডত মৃত্যু অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তাৰ

 মাৰাত্মক ক’ভিডত দেওবাৰে নিশা প্রায় ১০.৫০ বজাত মৃত্যু হয় অসমীয়া চলচ্চিত্র পৰিচালক শম্ভু গুপ্তাৰ৷ ক’ভিডত আক্রান্ত ছবি পৰিচালকগৰাকীক যোৱা ৮ মে’ত মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত এপ’লো...

ক’ভিডত আক্ৰান্ত হৈ বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু। কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত মৃত্যু সাংবাদিকগৰাকীৰ। নিশা ১২.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। সাংবাদিকতাৰ উপৰি বোকাজানৰ...

ক’ৰ’ণাত আক্ৰান্ত হৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যু

ৰাজ্যত মহামাৰী ক'ৰ'ণাই ভয়াবহতাৰূপ ধাৰণ কৰাৰ সময়তে  সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাননিক বিষয়া  মৃণাল দাস ক'ৰ'ণাত আক্ৰান্ত...

Popular