মৰ্মাহত

ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰয়াণত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক…

পাণ্ডিত্য আৰু সংগীতেৰে অসমৰ সমাজ জীৱন মহীয়াণ কৰা ড:বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল...

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে- "বকুলৰ কথা ক'লে বহুতো চিনাকি মুখচকুৰ আগেদি ভাঁহি যায়বহুতো পাহৰা গানবহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায়। শ্ৰদ্ধাৰ ড° বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চা বিচাৰক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যু

শিৱসাগৰ নগৰৰ ঐতিহ্যমণ্ডিত বেজবৰুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ বেজবৰুৱাৰ চুকৰ বাসিন্দা প্ৰয়াত ব্ৰজেন বেজবৰুৱাৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত শৰীৰ চৰ্চা ক্ৰীড়াৰ...

গোৱালপাৰাৰ বহতীত অঘটন ! জলজলী নৈত পৰি সন্ধানহীন শিশু…

গোৱালপাৰাৰ বহতীত অঘটন। জলজলী নৈত পৰি সন্ধানহীন শিশু। নাৱত উঠিবলৈ যাওঁতে পিছলি পানীত পৰে দুই শিশু। পানীত পৰে ৰাইহান আলী, ইয়ানুৰ ইছলাম। ওচৰতে থকা...

ঋণৰ বোজা সহিব নোৱাৰি ঋণগ্ৰস্ত কৃষকে বাছি ল’লে জীৱনৰ চৰম সিদ্ধান্ত…

ঋণগ্ৰস্ত কৃষকে বাছি ল'লে জীৱনৰ চৰম সিদ্ধান্তঋণৰ বোজা সহিব নোৱাৰি ৭ কৃষকে বাছি ল'লে চৰম সিদ্ধান্ত চলিত বৰ্ষত ১,৫৮৬ গৰাকী কৃষকে আত্মহননৰ পথপুনৰ সংঘটিত হৈছে...

Popular