Breaking

বহলপুৰ গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সন্মুখত মুকলি প্ৰতিভা বিকাশ কেন্দ্ৰ

0 1,575

বহলপুৰ গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সন্মুখত মুকলি প্ৰতিভা বিকাশ কেন্দ্ৰ।কেন্দ্ৰটোত মৰ্ডান,ট্ৰেডিশ্বন্যাল আদি আৰ্ট শিকোৱাৰ লগতে ছেল্ফ ডিফেন্স আৰু ফিটনেচ প্ৰশিক্ষণ আৰু মহিলা সবলীকৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা।

দেওবাৰে বহলপুৰৰ তটপাৰাস্থিত গাঁও পঞ্চায়তৰ কাৰ্যলয়ৰ সন্মুখত এটা প্ৰতিভা বিকাশ কেন্দ্ৰটো মুকলি কৰা হয়। NCS EDUCATION FOUNDATION ৰ উদ্যোগত মুকলি কৰা হয়।

এই কেন্দ্ৰটো।কেন্দ্ৰটোত মৰ্ডান,ট্ৰেডিশ্বন্যাল আদি আৰ্ট শিকোৱাৰ লগতে ছেল্ফ ডিফেন্স আৰু ফিটনেচ প্ৰশিক্ষণ আৰু মহিলা সবলীকৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোগক্তা সকলে।

Leave A Reply