Breaking

অসম শক্তি বিতৰণ কোম্পেনীৰ বিদুৎ উপকেন্দ্ৰ সমূহ ব্যক্তিগতকৰনক বিৰোধিতা

0 1,577

বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫০বছৰলৈ অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ নকৰা আশ্বাস প্ৰদান কৰা কেইদিন মান অতিক্ৰম কৰাৰ পিছতে কোম্পানীৰ একাংশ বিষয়াৰ চুড়ান্ত ময় মতালিৰে অসম শক্তি বিতৰন কোম্পানী আধিনস্ত ৩৩/১১কেঃভিঃ উপকেন্দ্ৰ ব্যক্তিগত ঠিকাদাৰি প্ৰতিষ্ঠানক অতি সংগোপনে গতায় দিয়াৰ প্ৰস্তুতি সম্পুৰ্ন কৰি তুলিছে ইতিমধ্য অসম শক্তি বিতৰন কোম্পনীৰ অন্তৰ্গত ডিব্ৰুগড়,শিৱসাগৰ,যোৰহাট,গোলাঘাট,আৰু তিনিচুকীয়াৰ বিদুৎচক্ৰ অধীনস্ত ১৬টা কৈ ৩৩/১১কেঃভিঃ উপকেন্দ্ৰ ঠিকাদাৰি প্ৰতিষ্ঠানক হস্তান্ত কৰাৰ বাবে নিবিদা আাহ্বন কৰিছে ।যি সময়ত অসমৰ শক্তি মন্ত্ৰি বিমল বৰাদেৱৰ ঐকান্তিক পচেষ্টাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আাৰ্থিকভাবে কিছু আগবাঢ়ি গৈছে ,সেই সময়তে কোম্পেনীটোৰ একাংশ বিষয়াৰ পৃষ্টপোষকতাত বিদুৎ উপকেন্দ্ৰ সমূহ ঠিকাদৰী প্ৰতিষ্ঠানক গটাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আাছাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়ন ডিব্ৰুগড় শাখাই।এক প্ৰছ বিবৃতিত ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ সভাপতি থানুৰাম ফুকন আাৰু সম্পাদক বিপ্লব গোহঁয়ে কয় যে অসম শক্তিবিতৰন কোম্পেনীত প্ৰয়োজনিয় ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মছচাৰী নিয়োগৰ ব্যৱস্তা নকৰি সীমিত সংক্ষ্যক কৰ্মচাৰী দ্বাৰা উপকেন্দ্ৰ সমূহ চলোৱাৰ অসুবিদা দোহায় দি ব্যক্তিগত প্ৰতিষ্ঠানক সস্তান্তৰ কৰি মধ্যভূগী সৃষ্টি কৰা কায্যক কোনো পধ্যেই মানিলোৱা নহব বুলি জানিবলৈ দিয়ে।যি সময়ত সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় চক্ৰ অধিনস্ত বিদুৎ উপ-সংমন্দল সমোহে অভিলেস সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেনেঅৱস্তাত ডিব্ৰুগড় বিদুৎ চক্ৰৰ কোনো এটা বিদুৎ উপকেন্দ্ৰ ঠিকাদাৰি প্ৰতিষ্ঠানক গতায় দিয়া কাৰ্য ইউনিয়নে তিব্ৰ বিৰোধিতাকৰি যাবলৈ বদ্ধপৰিকৰ ।আাসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যকাৰি সভাপতি লিলা চাংমাই আৰু কেন্দিয় উপ-সভাপতি সুখেন গগৈ উপস্তিতিত অনুষ্ঠিত ডিব্ৰুগড শাখাৰ এখন সাধৰন সভাত অহা ১৫ দিনৰ ভিতৰত উক্ত সিধান্ত প্ৰত্যাহাৰ নকৰিলে তিব্ৰ গনতান্ত্ৰিক আন্দোলনৰ কায্য-সূচি গ্ৰহন কৰা হব বুলি সভাই মত পূষন কৰে বুলি জানিবলৈ দিয়ে। বিবৃতিৰ জৰিয়তে এনে হঠকাৰি সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিবলৈ সকলো গনতান্ত্ৰিক দল সংগঠনক আহ্বান জনায় বুলি জানিবলৈ দিয়ে।

Leave A Reply