এতিয়া শাওণ মাহ। শাওণ মাহৰ সময়ত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ অতি বিশেষ। কিন্তু বছৰ বছৰ ধৰি নিতৌ শিৱক পূজা কৰি অহা লোকসকলো এটা কথাৰ পৰা অজ্ঞাত। ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ কাৰণেই ভগৱান শিৱক ভোলানাথ বুলি কোৱা হয়। এগিলাচ পানী আৰু শুকান বেলপাত লৈও সুখী হৈ পৰে ভগৱান শিৱ। মাথোঁ এই কাম সম্পূৰ্ণ ভক্তিৰে কৰা উচিত। এই কাৰণেই ভগৱান শিৱৰ পূজা অতি সহজ বুলি গণ্য কৰা হয়। সেয়েহে বাবে বহু লোকে নিতৌ শিৱক পূজা কৰে। কিন্তু প্ৰতিদিনে শিৱক পূজা কৰা বেছিভাগ মানুহেও নাজানে এটা বিশেষ কথা।
পঞ্চমৃত, বেলপাত্ৰ, ধাতুৰাক ভগৱান শিৱৰ পূজাত অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাহিৰেও আপুনি দেখিছেনে ভগৱান শিৱক পূজা কৰি থাকোঁতে মানুহে তিনিবাৰ হাত চাপৰি বজায়। এই কাম কৰিলেহে শিৱ পূজা সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি জানেনে।
ধৰ্মশাস্ত্ৰ অনুসৰি ৩ বাৰ হাত চাপৰি বজোৱাৰ আঁৰৰ এই বিশেষ কাৰণটো হৈছে মহাদেৱক তেওঁৰ উপস্থিতিৰ কথা জনাবলৈ প্ৰথম হাত চাপৰি বজোৱা হয়। আনহাতে দ্বিতীয়টো হাত চাপৰি বজোৱা হয় যে অনুভৱেৰে যে শিৱৰ পৰা একো নিবিচৰাকৈয়ে আমাৰ ঘৰৰ ভঁৰাল ভৰপূৰ হৈ থাকিব লাগে। শেষৰ হাত চাপৰি বজাই মহাদেৱক তেওঁৰ ভৰিত আমাক ঠাই দিবলৈ প্ৰাৰ্থনা কৰা হয়।
শিৱৰ পৰম ভক্ত ৰাৱণেও শিৱ পূজাৰ সময়ত ৩ বাৰ হাত চাপৰি বজাইছিল বুলি বিশ্বাস কৰা হয়। ইয়াৰ পৰাই তেওঁ লংকাৰ ৰাজ্য পালে। আনহাতে ভগৱান শ্ৰীৰামে যেতিয়া সাগৰৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব বিচাৰিছিল, তেতিয়া এই কামত সফলতা লাভ কৰিবলৈ শিৱক পূজা কৰিছিল আৰু পূজাত ৩ বাৰ হাত চাপৰি বজাইছিল। এই দলং নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰি ৰাৱণক বধৰ বাবে লংকালৈ যোৱা বাট সাজু হৈ উঠিছিল।
আদা চাহৰ আছে বহু উপকাৰিতা। আদা চাহ খালে এই ৭ টা উপকাৰ লাভ কৰিব। আদা চাহে শীতকালত কাহ আৰু চৰ্দিৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু প্ৰদূষিত পৰিৱেশত শৰীৰক বিষমুক্ত কৰে।আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও আদা দিয়া চাহ খোৱাৰ আছে বহু উপকাৰিতা-
চকুত কাজল, বগা চাৰ্ট, অনুৰাগীয়ে নায়কতকৈ খলনায়কৰ ৰুপত এই মৰমলগা শিশুটিক বেছি ভাল পায় অনুৰাগীয়ে। কিন্তু যদি আপুনি এতিয়াও চিনি পোৱা নাই, তেন্তে কওঁ যে সেয়া আন কোনো নহয়। তেওঁ হৈছে বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তৰ বলিষ্ঠ অভিনয়ে সদায় দৰ্শকক আপ্লুত কৰি আহিছে। কিন্তু সঞ্জয় দত্তৰ ব্যক্তিগত জীৱনে ছবিতকৈ বেছি লাইমলাইটত থাকে। বলীউডৰ সেই অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় দত্ত। সঞ্জয় দত্ত লাভ এফেয়াৰ্ছে এগৰাকী বা দুগৰাকী নহয় ৩০৮ গৰাকীতকৈ অধিক ছোৱালীৰ লগত ডেটিং কৰিছিল। এই কথা আমি নহয়, সঞ্জয় দত্তই নিজেই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল।
মনোৰঞ্জনৰ বাতৰি অনুসৰি সঞ্জয় দত্তই ১৯৭২ চনত ৰেশমা ঔৰ শ্বেৰা ছবিত শিশু শিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত ১৯৮১ চনত ৰকি ছবিত অভিনয় কৰি আলোড়নৰ সৃষ্টি কৰিছিল অভিনেতাগৰাকীয়ে। সঞ্জয় দত্তৰ কেৰিয়াৰত ড্ৰাগছৰ আসক্তিৰ বাবে সমগ্ৰ চলচ্চিত্ৰ জীৱন স্তব্ধ হৈ পৰে যদিও তাৰ পিছত অভিনেতাগৰাকীয়ে ইমানেই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে যে সকলো আচৰিত হৈ পৰে। ড্ৰাগছৰ বাহিৰেও বহু বিতৰ্কত সঞ্জয় দত্তৰ নাম আহিছিল যদিও অভিনেতাজনে কেতিয়াও পিছলৈ ঘূৰি নাচালে । ৬৪ বছৰ বয়সতো অবিৰতভাৱে ছবি কৰি আছে অভিনেতা সঞ্জয় দত্তই। এতিয়া চাউথৰ হাই বাজেটৰ ছবি লিঅ’ত দেখা যাব সঞ্জয় দত্তক।
মাছ-মাংস, কণী নাখালেও শৰীৰে লাভ কৰিব প্ৰটিন। মাত্ৰ খাওক এই ৪ বিধ ফল। মাংস, কণী আৰু মাছ প্ৰটিনৰ সমৃদ্ধ উৎস। আনহাতে এনে কিছু ফল আছে যি ফল সেৱন কৰিলে লাভ কৰিব প্ৰটিন । এই ফল সমূহৰ বিষয়ে আজি আমি আপোনালোকক জনাম-
কমলা আৰু ইয়াৰ ৰসত ভিটামিন চি পোৱা যায়। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰ’টিন থাকে যিয়ে পেশীবোৰক শক্তিশালী কৰে। সেইবাবেই কমলা নিয়মিতভাৱে সেৱন কৰিব লাগে।
সাধাৰণতে অমিতা হজমৰ বাবে এটা গুৰুত্বপূৰ্ণ ফল বুলি গণ্য কৰা হয় যদিও অতি কম সংখ্যক লোকেহে জানে যে অমিতাৰ দ্বাৰা প্ৰ’টিনো লাভ কৰিব পাৰি।
এভোকেডোক প্ৰটিনৰ গুৰুত্বপূৰ্ণ উৎস বুলি গণ্য কৰা হয়। যদি আপুনি এভোকাডোৰ খায়, তেন্তে শৰীৰত প্ৰায় ৪ গ্ৰাম প্ৰটিন পোৱা যাব। ইয়াত বহুতো পুষ্টিকৰ উপাদান আছে। প্ৰ’টিন থকাৰ বাবে শৰীৰে শক্তি লাভ কৰে।
কিউইৰ সোৱাদ অতি। লগতে এই ফল স্বাস্থ্যৰ বাবেও সমানে উপকাৰী বুলি গণ্য কৰা হয়। এটা কিউই খালে প্ৰায় ২.১ গ্ৰাম প্ৰ’টিন পোৱা যায়।