Spl Operation by the EGPD team busted a huge drugs consignment of 1.056 Kg of Heroin at Nalapara in Basistha. Market value of this haul is about ₹8 crore.
3 drugs traffickers – Abdul Rosid, Mujammil Haque both from Barpeta & Md Zamal Ali of Boko – were arrested. pic.twitter.com/zdQBTPannM
ন’কিয়াৰ নতুন ল’গ’! নতুন ল’গ’টোত পাঁচটা ভিন্ন ডিজাইন আছে যিবোৰে একেলগে ন’কিয়া শব্দটো গঠন কৰে। এইবাৰ ল’গ’টো বহু ৰঙেৰে গঠিত, যিটো দেখাত অতি আকৰ্ষণীয়। নতুন ল’গ’ৰে বজাৰত শক্তিশালী ৰুপেৰে অহাৰ পৰিকল্পনা কোম্পানীটোৰ। ন’কিয়াৰ নতুন ল’গ’টোত পাঁচটা ভিন্ন ধৰণৰ ডিজাইন আছে, যিবোৰে একেলগে NOKIA শব্দটো বনাইছে।
This is Nokia, but not as the world has seen us before. Our new brand signals who Nokia is today. We’re unleashing the exponential potential of networks and their power to help reshape the way we all live and work. https://t.co/lbKLfaL2OI#NewNokiapic.twitter.com/VAgVo8p6nG
শৰীৰৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয় উপাদান। যদি নিয়মীয়া খাদ্যত প্ৰটিন অন্তৰ্ভুক্ত নহয় তেন্তে সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা। যেনে – ছাল শুকান হোৱা, ঘা নিৰাময় নোহোৱা, অত্যধিক ভোক আদি লক্ষণসমূহ। আমাৰ শৰীৰে কেনেকৈ শক্তি পায় জানেনে? প্ৰটিন, ভিটামিন, এই নামবোৰ নিশ্চয় শুনিছে। প্ৰটিন সমৃদ্ধ খাদ্য খাবলৈও চিকিৎসকে কয়। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব, বেমাৰ কম হ’ব। প্ৰটিনৰ অভাৱত শৰীৰত কি কি সমস্যা হ’ব পাৰে সেয়া গুৰুত্বপূৰ্ণ-
ইফালে, টুইটাৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিবিআইক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য কৰোৱা বুলি দাবী কৰে, “মোক কোৱা হৈছে যে চিবিআইৰ বেছিভাগ বিষয়াই মনীষক গ্ৰেপ্তাৰ কৰাৰ বিৰোধী আছিল। সকলোৰে তেওঁৰ প্ৰতি বিপুল সন্মান আছে আৰু তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। কিন্তু… তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজনৈতিক হেঁচা ইমানেই বেছি আছিল যে তেওঁলোকে নিজৰ ৰাজনৈতিক নেতাৰ কথা মানিবলগীয়া হৈছিল৷”
I am told that most CBI officers were against Manish’s arrest. All of them have huge respect for him and there is no evidence against him. But the political pressure to arrest him was so high that they had to obey their political masters
প্ৰটিনৰ উৎসৰ ভিতৰত আছে কুকুৰা, মাছ আৰু মাহজাতীয় শস্য। এইবোৰক সুস্থ প্ৰটিন বুলি গণ্য কৰা হয়। এইবোৰত চৰ্বি অতি কম আৰু জিংক আৰু ভিটামিন বি১২ প্ৰচুৰ পৰিমাণে পোৱা যায়।
উদ্ভিদ ভিত্তিক প্ৰটিন- উদ্ভিদ ভিত্তিক প্ৰ’টিনত বাদাম আৰু নিৰামিষ বীজ অন্তৰ্ভুক্ত। যদি আপুনি নিৰামিষভোজী, তেন্তে এইটোৱেই আপোনাৰ বাবে সৰ্বোত্তম হ’ব পাৰে। ইয়াত অধিক পৰিমাণৰ আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে।
I feel all of this love… It is what keeps me going… Now and forever, I am what I am because of you 🫶🏻 13 years and we are just getting started 💪🏼 https://t.co/eT1jwWnBCQ