লাখ লাখ অনুৰাগীৰ আপোন দীপলিনা ডেকাক লৈ সামাজিক মাধ্যমত চৰ্চাৰ শেষ নাই। চৰ্চাৰ শীৰ্ষত থকা এটা বিষয় অথবা প্ৰশ্ন যে, দীপলিনাৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকী কোন?
”এনেকুৱা কথা নহয় যে, মোৰ জীৱনত কোনো বিশেষ ব্যক্তি নাই”-দীপলিনা ডেকাই প্ৰথমবাৰৰ কাৰনে প্ৰকাশ কৰিলে তেওঁৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ কথা৷
কেতিয়াবা যদি কোনো ছাত্ৰ সংগঠনৰ নেতাক দীপলিনা ডেকাৰ সেই বিশেষ মানুহজন বুলি উল্লেখ কৰি সামাজিক মাধ্যমত চৰ্চা হৈছে আন কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক দলৰ নেতা।
শেহতীয়াকৈ বিশ্বনাথত অনুষ্ঠিত এক অনুষ্ঠানত দীপলিনাই তেওঁৰ জীৱনৰ বিশেষ মানুহজনক লৈ মুখ খুলিছে। অনুৰাগীৰ এক প্ৰশ্নৰ উত্তৰত দীপলিনাই ক’লে- ”এনেকুৱা কথা নহয় যে মোৰো জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক’ব নোৱাৰি।”
বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।
এই বিশ্বকাপত চাৰিটা পুলত ১৬টা দল আছে। প্ৰতিটো পুলৰ বিজয়ী দলে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানৰ দল ক্ৰছ অভাৰ মেচৰ অধীনত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিব। ভাৰতৰ দলটো পুল-ডিত আছিল, য’ত ইংলেণ্ডে ৭ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিছিল। ভাৰতীয় দলটোৱেও ৭ পইণ্ট লাভ কৰিছিল যদিও গ’লৰ পাৰ্থক্য কম হোৱাৰ বাবে দ্বিতীয় স্থানত থাকিল। আনহাতে, নিউজিলেণ্ডে নিজৰ পুল-চিত তৃতীয় স্থান দখল কৰে।