গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ।

যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল নেতৃত্বত আমাৰ দেশখনে উন্নয়নৰ দিশত কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি কয় গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

ৰূপা প্ৰকাশন গোষ্ঠীৰ পৰিচালন সঞ্চালক শ্ৰীকপিশ মেহৰাক গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অসমৰ পঢ়ুৱৈ সমাজক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

উন্মোচনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীভৱেশ কলিতা, প্ৰবীণ সাংবাদিক শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, এক্সিছ মাই ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীপ্ৰদীপ গুপ্তা, অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ শ্ৰীপি ভি সিন্ধু, অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, এছিয়ান গেমছৰ পদক বিজয়ী হিমা দাস, সংগীত শিল্পী অংগৰাগ পাপন মহন্ত, পদ্মশ্ৰী বঁটাপ্ৰাপক ডাঃ ইলিয়াছ আলীৰ লগতে মন্ত্ৰীসভাৰ সতীৰ্থ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।











এক সংবাদ মাধ্যমৰ ঘৰত দিয়া সাক্ষাৎকাৰত নিয়া শৰ্মাই কয়, “আমি সেই সকল লোক নহয় যিয়ে নিজে বিৰতি ল’ব, মই এতিয়া সেই স্থিতিত নাই। মই এতিয়াও এজন ভিক্ষাৰী যাক কামৰ প্ৰয়োজন, যাক ধনৰ প্ৰয়োজন। মই কেতিয়াও ক’ব নোৱাৰো যে মোক বিৰতিৰ প্ৰয়োজন, মোক মোৰ জীৱনত কেতিয়াও বিৰতিৰ প্ৰয়োজন নহ’ব। মোক কামৰ প্ৰয়োজন। অধিক কথা পাতি নিয়াই কৈছিল যে তাই এটা ভাল প্ৰকল্প বিচাৰি আছে। তেওঁলোকে ইয়াৰ বাবে ইমান দীঘলীয়া সময় কিয় অপেক্ষা কৰিব নালাগে? “কেতিয়াবা আপোনাৰ এই অপেক্ষা 6 মাহৰ বাবে হয়, কেতিয়াবা চাৰি বছৰ লাগে। এইটো দুখজনক, কেতিয়াবা মই বৰ বেয়া অনুভৱ কৰোঁ।‘


