ৰাইজৰ বাৰ্তা

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মাজুলীৰ শ্ৰীৰামচাপৰিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। চিকিৎসালয়খনৰ উদ্দেশ্য হৈছে...

মানিপুৰ গাঁও পঞ্চায়তত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশ ল’লে বিধায়ক ৰমাকান্ত দেউৰীয়ে

মৰিগাঁও জিলাৰ ভুৰবন্ধা উন্নয়ন খণ্ড আৰু মানিপুৰ পঞ্চায়তৰ উদ্যোগত শনিবাৰে "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে...

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, জাতীয়তাবাদী কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ বিয়োগ

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, কবি, গীতিকাৰ, অসংখ্য গ্ৰন্থ, আলোচনীৰ বেটুপাত অংকন কৰোতা, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ শুকুৰবাৰে...

তামুলপুৰত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত শনিবাৰে আয়ুক্ত কাৰ্যালয় চৌহদত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি...

পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকে; গাড়ী-গৃহঋণত বৃদ্ধি নাপায় ইএমআই

ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট । ৰিজাৰ্ভ বেংকে ঘোষণা কৰা আনুসৰি চলিত বিত্তীয় বৰ্ষৰ অন্তিম চতুৰ্থাংশত ৰেপো ৰেট অপৰিৱৰ্তিত থাকিব। ৰিজাৰ্ভ...

Popular