ৰাইজৰ বাৰ্তা

আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক'ভিডকেন্দ্ৰিক  পৰিস্থিতিৰ বাবে...

ৰাজ্য কঁপোৱা ঈশান উদয় জলপানি কেলেংকাৰীত জড়িত ব্যক্তি আৰক্ষীৰ জালত

বৰপেটা আৰক্ষীৰ তৎপৰতাতভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাতৰ পৰিকল্পনা কৰা  ৪ অভিযুক্তক  বৰপেটা আৰক্ষীযে আটক কৰিবলৈ সক্ষম হৈছে ।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক...

বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ

আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ। ২৭ বছৰ সময় একেলগে অতিবাহিত কৰি অৱশেষত এই সিদ্ধান্ত গ্ৰহণ...

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ...

মুষলধাৰ বৰষুণৰ পানীত বুৰ গৈছে বৰদিকৰাই অঞ্চল

যোৱা কিছু দিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ওফন্দি ওঠা বৰদিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাচমূখ,বৰডিকৰাই,নিজ বৰডিকৰাই,খ্ৰীষ্টানবস্তি,খখন বস্তি,জৰ্দান বস্তি...

Popular