ৰাইজৰ বাৰ্তা

পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া চিনেমা “নেলীৰ কথা”ক গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগলৈ আমন্ত্ৰণ

গ্ৰীচৰ ৬৪তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ: আগৰা ফিল্ম মাৰ্কেটলৈ পাৰ্থজিৎ বৰুৱাই পৰিচালনা কৰা "নেলীৰ কথা"ই আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে। এই আনুষ্ঠানিক নিমন্ত্ৰণৰ...

মাদাৰ্ছ ডে’ লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

পৰিচালক বিক্ৰমজিত দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত অসমীয়া চুটি ছবি 'মাদাৰ্ছ ডে' তামিলনাডুত অনুষ্ঠিত হৈ যোৱা শান্তা দেব আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসবত শ্ৰেষ্ঠ এচিয়ান চুটি...

একাধিক চিকিৎসা মহাবিদ্যালয়ত নাই গুৰুত্বপূৰ্ণ বিভাগ; ৮২৩ কোটি ব্যয়েৰে ৬ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়

পুনৰ ৬ খনকৈ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰিব চৰকাৰে। ৰাজ্যৰ ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ ১১ খনত আন্তঃগাঁঠনিৰ পঁয়ালগা অবস্থাৰ সমান্তৰাৰলকৈ চিকিৎসক, নাৰ্চকে ধৰি তৃতীয়...

পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মাণ উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী...

যোৰাবাটত এছটিএফৰ অভিযানত ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ জব্দ; গাড়ীসহ চাৰি আটক

এক বিশেষ সূত্ৰৰ পম খেদি এছটিএফ-অসমে বৃহস্পতিবাৰে পুৱা সোণৰ‌ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীৰ যোৰাবাটত এক অভিযান চলায়৷ এছটিএফ-ৰ এই অভিযানটোত স্থানীয় যোৰাবাট আৰক্ষীয়েও সহযোগিতা...

Popular