ৰাইজৰ বাৰ্তা

চৰকাৰৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰৰ দাবীত নাজিৰাৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ বিভিন্ন সংগঠনৰ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ কথাৰে ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত...

লকডাউনত বিপৰ্যয়ৰ সন্মুক্ষীণ কাজিৰঙাৰ পৰ্যটন উদ্যোগ : হোটেল-ৰেষ্টুৰেন্ট-লজ-ধাৱা-জীপ-চাফাৰীৰ ব্যৱসায়ৰ লগত জড়িত হেজাৰ হেজাৰ লোক কৰ্মহীন ৷

✍ দ্বিপেন শইকীয়া দেশজুৰি আৰম্ভ হোৱা তলাবন্ধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। পৰ্যটনৰ ক্ষেত্ৰত কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনেই বিগত এপ্ৰিল-মে'...

মহাবিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত জটিলতা ; বেংক একাউণ্ট খুলিবলৈ গৈ সমস‍্যাত ছাত্ৰ-ছাত্ৰী। নিৰাময়ৰ বাবে কলিয়াবৰ মহাবিদ‍্যালয় আছু গোটৰ স্মাৰকপত্ৰ।

কলিয়াবৰ :  অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত নতুন নামভৰ্তি চলি থকা সময়তে কলিয়াবৰ মহাবিদ্যালয়ৰো নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু বহু ছাত্ৰ-ছাত্ৰী এতিয়া...

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷...

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল। চীনৰ প্ৰতি পক্ষপতিত্বৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ...

Popular