ৰাইজৰ বাৰ্তা

ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন ব্যৱস্থাপনাত ২৩০ জনলৈ বৃদ্ধি, ৰৌতা কোৱাৰেনটাইন ব্যৱস্থাৰ পৰা ৬২গৰাকী মুকলি কৰিলে হোম কোৱাৰেনটাইন থকাৰ নিৰ্দেশ ।

ওদালগুৰি ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ  দণ্ড চহৰীয়া উচ্চতম...

নগাঁৱৰ অধিকাংশ উন্নয়ন খণ্ডতে সৌৰ চাকি স্থাপনৰ নামত কেলেংকাৰী

নগাঁও নগাঁও জিলাৰ বাজিগাঁও উন্নয়ন খণ্ডত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই অভিযোগ কৰা...

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

লংকা  হোজাইত কপিলী নৈৰ জলপৃষ্ঠ ফেনেফূটুকাৰে বঢ়াত ,নৈ খনৰ কাষৰীয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাই জিলাৰ  যমুনাচিট,ৰাইকটা,কোমৰাকটা,ঠেপেলাগুৰী,নভঙা আদি কৰি বহু অঞ্চল বৰ্তমান বানৰ কৱলত। বৰ্তমানো...

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

টীয়ক  অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ  সমস্যা আজি কোনো নতুন খবৰ নহয় প্ৰতিবছৰে কেচাপাতৰ উপযুক্ত মূল্যৰ অভাৱকে আদি কৰি অলেখ সমস্যাই বাধা দি আহিছে এই...

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি কৰোৱা হ'ল প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীক৷ জিলা স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। এই ব্যক্তিজন...

Popular