No menu items!

ৰাইজৰ বাৰ্তা

ছিকিমত পাহাৰৰ সোঁত পাৰ হৈ যোৱাৰ সময়ত উটি গ’ল পৰ্যটকৰ গাড়ী

সীমান্ত পথ সংস্থাৰ তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত চিংটমৰ পৰা ডিকচুলৈ গৈ আছিল এখন পৰ্যটকৰ বাহন। গাড়ীখনত ৪ জন পৰ্যটক আছিল। দেওবাৰে...

তিনি প্ৰকাৰৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পথত কেন্দ্ৰ, দেশৰ ডিজিটেল জগতত মোডী চৰকাৰৰ চকু

অনলাইন গেমৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। নৰেন্দ্ৰ মোডীৰ চৰকাৰে তিনি ধৰণৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। বেটিং, মানুহৰ...

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু ৷ এক সপ্তাহৰ ব্যৱধানতে মৃত্যু তিনিটাকৈ হাতী পোৱালীৰ৷ পূৰ্বৰ দুয়োটা হাতী পোৱালী পানী ভৰ্ত্তি কুঁৱাত পৰি মৃত্যু হোৱাৰ...

ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত নিযুক্তিপ্ৰাপ্তসকলক ৭০,১২৬খন নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে।তেওঁ কয় 'ৰোজগাৰ মেলা' এন ডি এ-বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে।...

কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে৷ শেহতীয়াকৈ...

Popular