Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাইজৰ বাৰ্তা
দদৰাত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
সাংবাদিক -লেখক- সমাজ হিতৈষী ভূপেন মহন্তলৈ ‘সত্যনিষ্ঠ সাংবাদিকতা বঁটা’
প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে দপ্তৰ সলনি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ, নতুন আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল…
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
May 18, 2023
মোডীৰ মন্ত্ৰীসভাৰ ৰদবদল৷ শেহতীয়াকৈ আইন দপ্তৰ আঁতৰোৱা হ’ল কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৰ। ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা অৰ্জুন ৰাম মেঘৱালক তেওঁৰ হাতত থকা আন দপ্তৰৰ...
ৰঙালী বিহুত মহানগৰীৰ বিভিন্ন বিহুমঞ্চত পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান
অসম
দৈনন্দিন বাৰ্তা
-
May 17, 2023
ব’হাগ মাহটোত মহানগৰীৰ বিভিন্ন বিহু মঞ্চত পৰিবহণ বিভাগে পথ-সুৰক্ষা সজাগতাৰ এলানি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে৷ যান-বাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া সজাগতা, নীতি-নিৰ্দেশনাসমূহ বিহুৰ আয়োজক,...
কামপুৰ ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত খাদ্যত বিষক্ৰিয়া
অসম
দৈনন্দিন বাৰ্তা
-
May 17, 2023
নগাঁও জিলাৰ কামপুৰ ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত মধ্যাহ্ন ভোজনৰ খাদ্যত হোৱা বিষক্ৰিয়াৰ ফলত দুই শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি...
ফাটবিহুৰ মঞ্চৰ ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া; এফালে ঘিলামৰাত প্ৰতিবাদ; আনফালে নিচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে
অসম
দৈনন্দিন বাৰ্তা
-
May 17, 2023
অসমীয়াৰ জাতীয় লোক উৎসৱ বিহুৰ এক আঞ্চলিক ৰূপ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত আয়োজিত ফাটবিহুৰ মঞ্চত এই বৰ্ষত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আজি...
মাতৃ দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যৰ মাতৃ সমাজৰ পত্ৰ। ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰাৰ দাবী…
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
May 14, 2023
মাতৃ দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক মাতৃয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ এখন পত্ৰ প্ৰেৰণ...
1
...
236
237
238
...
1,685
Page 237 of 1,685
Popular
ঢকুৱাখনা গ্ৰন্থমেলাত ‘কৈৱৰ্ত জাতিৰ ঐতিহ্য আৰু ইতিহাস’ উন্মোচন
দৈনন্দিন বাৰ্তা
-
November 14, 2026