ৰাইজৰ বাৰ্তা

বিশ্ব নৃত্য দিৱসৰ দিনটোত ৰবীন্দ্ৰ নৃত্যৰে মুখৰিত তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ 

বিশ্ব নৃত্য দিৱসৰ আজিৰ দিনটোতে বিশ্ব কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬২ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰবীন্দ্ৰ নৃত্যৰ এক অনুষ্ঠানেৰে মুখৰিত...

২৮ মে’লৈ বৃদ্ধি মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মা

শনিবাৰে দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আম আদমি পাৰ্টীৰ নেতা মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ২৮ মে’লৈ বৃদ্ধি কৰে। ন্যায়িক জিম্মা...

অসম গেছ কোম্পানী লিমিটেডে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কৰিলে চুক্তি স্বাক্ষৰ

চহৰৰ গেছ বিতৰণ নেটৱৰ্কক একত্ৰিত কৰাৰ লক্ষ্যৰে শনিবাৰে গুৱাহাটীৰ জনতা ভৱনত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অসম গেছ কোম্পানী লিমিটেডে চুক্তি স্বাক্ষৰ হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত...

ঐশ্বৰ্য-বিক্ৰমৰ ‘পনিয়িন চেলভান ২’য়ে প্ৰথম দিনাই সংগ্ৰহ কৰিলে ৩৮ কোটি টকা

ঐশ্বৰ্য ৰায় বচ্চন আৰু বিক্ৰম অভিনীত 'পনিয়িন চেলভান ২'য়ে মুক্তিৰ প্ৰথম দিনাই ৩৮ কোটি টকা সংগ্ৰহ কৰিছে। মণি ৰত্নমৰ দ্বাৰা পৰিচালিত ছবিখনে তামিলনাডুত ২৫...

ইম্পেৰিয়েল কলেজ লণ্ডনে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৪ কোটি টকাৰ জলপানি দিয়াৰ কথা ঘোষণা কৰিছে

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ ইম্পেৰিয়েল কলেজ লণ্ডন ভ্ৰমণৰ সময়ত প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে কলেজখনত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৪ লাখ পাউণ্ড (৪ কোটি...

Popular