ৰাইজৰ বাৰ্তা

কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন; দেশে পাব দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি!

সোমবাৰে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত ৰাষ্ট্ৰপতিৰ আসন কোনে দখল কৰিব তাক...

মহাকাশত জীৱাশ্ম! তাৰকাৰাজ্যত খোল খাইছে ৰহস্যৰ নতুন খিৰিকী…

বিজ্ঞানকেন্দ্ৰিক কথাবোৰ ৰোমাঞ্চকৰ হোৱাৰ লগতে কৌতুহলপূৰ্ণও। এই অন্তহীন কৌতুহলৰ কাৰণো কিন্তু বিজ্ঞানৰ আকৰ্ষণ। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিনত নিত্য-নতুন উদ্ভাৱনৰ খবৰ পোহৰলৈ আহে। এইবাৰ পুনৰ আলোচনাৰ আওতালৈ...

ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ যুটীয়া প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে। আম আদমী পাৰ্টীয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত...

ভয়ংকৰ পৰিঘটনাৰ সন্মুখীন হ’ব মানৱজাতি! ভাৰতত কমিছে গড় আয়ুস…

গৱেষকৰ আশংকাই সত্য প্ৰমাণিত হ’ল। ক’ভিড-১৯ৰ বাবে মানৱ জাতিৰ গড় আয়ুস হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘইও একেধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল দিনদিয়েক আগেয়ে। লক্ষ্যণীয়ভাৱে, বিশ্বজুৰি গড় আয়ুস...

বৰপেটাত ৰোমৰমীয়া সুৰাৰ বেহা ৷ এজনক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

বৰপেটা আৰক্ষীৰ তৎপৰতাত জব্দ কৰিলে বৃহৎ পৰিমানৰ বিলাতী সুৰা, বিয়েৰ আৰু দেশীয় চুলাই ৷ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সুৰা নিষিদ্ধ চহৰ বৰপেটাত ক্ৰমাৎ...

Popular