ৰাইজৰ বাৰ্তা

কালিলৈ বুদ্ধ পূৰ্ণিমা, বুদ্ধ পূৰ্ণিমাৰ সময় আৰু মহত্ব…

বুদ্ধ(বৌদ্ধ) পূৰ্ণিমা সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মৰ অনুৰাগী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলে ইয়াক গৌতম বুদ্ধৰ জন্মদিন হিচাপে পালন কৰে।...

ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাওৰ বহু অঞ্চলত সৃষ্টি হৈছে ভূমিস্খলন।আছানী ঘূৰ্ণীবতাহৰ পিছৰে পৰা ধাৰাবাহিকভাৱে বৰষুণ হৈ আহিছে

বান পানী আৰু ভূমিস্খলনে অসমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে, এগৰাকী মহিলাসহ ৩ গৰাকী নিহত অসমত ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাওৰ বহুতো অঞ্চলত বানপানীৰ দৰে...

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সম্বৰ্ধনা…

আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে ১৩মে'ত ডিব্ৰুগড় জিলা লাহোৱাল সমষ্টিৰ প্ৰায় ৭৫ জন সমাজকৰ্মী ব্যক্তি, শিল্পী আৰু লেখকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সম্বৰ্ধনা জনায়।...

টাই আহোমক জনজাতিকৰণ কৰা আৰু মূল্যবৃদ্ধিৰ ৰোধ কৰা দাবীত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী…

মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মহকুমা সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি টাই আহোম...

শিলচৰৰ ডলু চাহবাগিচাত বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মৰাণত প্ৰতিমূৰ্তি দাহ আছাৰ… 

চৰকাৰে ডলু চাহ বাগিচাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰৰ ৮৭৩ একৰ ভূমিৰ চাহ গছ ধ্বংস কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰি...

Popular