Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

সজাগতাৰ অপূৰ্ব নিদৰ্শন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাৰ

সজাগতাৰ অপূৰ্ব নিদৰ্শন দেখুৱাই গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাই নিজৰ সাঁচতীয়া মুদ্ৰাৰ খোলোংটি আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷ ক'ভিড মহামাৰীৰ জটিল
Read More...

জম্মু বিমানবন্দৰৰ ৫ মিনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ

জম্মু বিমানবন্দৰৰ টেকনিকেল এরিয়াত শনিবাৰে নিশা পাঁচ মিনিটৰ ভিতৰত দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত দুজন লোক আহত হোৱা খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, জম্মু টেকনিকেল বিমানবন্দৰত যোৱানিশা হোৱা বিস্ফোৰণত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে।
Read More...

গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল অসমীয়াৰ দেহ-মনত ৰৈ-বৈ থকা ঢেঁকীশাল

অসমীয়াৰ পিছ চোতালৰ এক অবিচ্ছেদ্য অংগ আছিল ঢেঁকী শাল। বিহু আগমনৰ বতৰা দিয়া এই ঢেঁকীৰ শব্দত গুমগুমাই উঠে অসমীয়াৰ প্ৰাণ। চহা জীৱনৰ এই এৰাব নোৱাৰা সামগ্ৰীবিধ এতিয়া যেন স্মৃতিৰ গৰ্ভত বিলীন হৈ যোৱাৰ উপক্ৰম হ'ল। কেৱল বিহুৰ আগমনতেই যে ঢেঁকীৰ
Read More...

আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷
Read More...

পৌৰসভাৰ অচলাৱস্থা : ভুক্তভোগী সৰ্বসাধাৰণ ৰাইজ

বিটিসিৰ নতুন চৰকাৰ গঠন হোৱাৰ ছমাহ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনক লৈ বিটিসি চৰকাৰৰ দুই মিত্ৰজোঁটৰ অংশীদাৰী ৰাজনৈতিক দল ইউ পি পি এল আৰু বিজেপি ৰ মাজত টনা-আঁজৰা চলি থাকোতে আজি লৈকে পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ গঠন
Read More...

অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ ওৰাং আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ সফলতা। অৰুণাচল প্ৰদেশৰ জী'ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ হ'ল ওৰাঙত। ওৰাং আৰক্ষীয়ে ২৫ জুনত উদ্ধাৰ কৰিলে অৰুণাচল প্ৰদেশৰ পৰা চুৰি হোৱা মটৰ বাইক। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী
Read More...

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰী সত্য সাই সংগঠনৰ পৰা ৩০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সাই সংগঠন,অসমৰ তৰফৰ পৰা ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷এই অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা
Read More...

কৃষিভূমিত সুৰাৰ বটল , দুষ্কৃতিকাৰীৰ ৰম‍্যভূমিলৈ পৰ্যবসিত কলিয়াবৰৰ কিচামত

 কলিয়াবৰৰ মহকুমাৰ পূৱথৰীয়া মৌজাৰ মাধতাৰি কিচামতৰ বিস্তৃত কৃষিভূমিৰ দাঁতিত অৱস্থিত জৈৱ-বৈচিত্ৰৰে ভৰপূৰ, দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণ ভূমি তথা ৰাজ্যখনৰ অন্যতম উল্লেখনীয় বিশাল আদ্ৰভূমি জয়সাগৰ দলনি। মাগুৰ-শিঙি, কাৱৈ-গৰৈ,
Read More...

ওৰাংত অৰুণাচল প্ৰদেশৰ চুৰি পালছৰ বাইক উদ্ধাৰ

ৰাজ্যত বৰ্ধিত কৰোণাৰ সংক্ৰমণৰ ফলত ৰাজ্যবাসীক চিন্তিত কৰা সময়তে একাংশ দুস্কৃতিকাৰীয়ে গাড়ী মটৰ চুৰি কাৰ্যত লিপ্ত হৈ ৰাজ্যবাসীক বাৰুকৈ চিন্তিত কৰি তুলিছে । তেনে এক ঘটনা পোহৰলৈ আহিছে ওৰাং আৰক্ষী চকীত । ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে
Read More...

বিজনীত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী আৰু এছ এছ ডি ফাউন্ডেশন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে সজাগতা সমদল উলিয়াই। বিজনী থানাৰ পৰা আৰম্ভ কৰি বিজনী কাৱাটিকা হৈ সম্পূৰ্ণ বিজনী চহৰ পৰিভ্ৰমণ কৰে। সমদলত অংশগ্ৰহণ
Read More...