Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

প্ৰকৃতি সংৰক্ষণত অহৰ্নিশে নীৰৱ সংগ্ৰাম বাক্সাৰ এদল যুৱকৰ

নামনি অসমৰ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা বিশেষ অঞ্চল ৷ বিশেষকৈ ভূটান পাহাৰৰ পৰা দিৰিং নৈৰ শিলাময় পথেৰে নামি অহা ফটফটীয়া পৰিস্কাৰ পানী আৰু চৌদিশ আবৃত সেউজীয়া পাহাৰৰ
Read More...

ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লবলৈ নতুন চৰকাৰক আহ্বান

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছাৰি বিগত পাঁচ বছৰত অসমত বিভিন্ন আন্তৰ্জাতিক খেল সফলতাৰে সমাপন কৰি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ৰীড়াই এতিয়াও যেন লক্ষ্যত উপনিত হ'ব পৰা নাই। অৱশ্যে ইয়াৰ
Read More...

৫৫০ দিনৰ বিৰতিৰ পিছত স্ব-গৃহত উপস্থিত জননেতা অখিল গগৈ

আজি পুৱা ৭ বজাৰ পৰা যোৰহাট জিলাৰ চেলেংহাট স্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত এক উৎসৱ মুখৰ পৰিবেশ। সকলোবোৰ উৎকণ্ঠাৰ অন্ত পেলাই দিনৰ ১২- ১০ বজাত অসম আৰক্ষীৰ এক কনভয় সহ চেলেংহাটৰ লুখুড়াখন স্থিত বাসগৃহৰ পদূলিত উপস্থিত হয় কৃষক নেতা অখিল গগৈ।
Read More...

খাদ্যৰ সন্ধানত বনাঞ্চলৰ গজৰাজ উপস্থিত হ’ল জনাঞ্চলত

গুৱাহাটীৰ চাৰিওকাষে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷সাতগাঁও অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া
Read More...

সোণাৰিত অব্যাহত আছে বানৰ সংহাৰ

 চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ। দিচাং , টাওকাক নদীৰ বাঢ়নী পানীয়ে সোণাৰি, চফ্ৰাই আদি বিভিন্ন প্ৰান্তত জলমগ্ন কৰাৰ সময়তে টিয়ক নৈৰ বাঢ়নী
Read More...

ভূৰাগাৱঁৰ বালিডোঙাত ধৰ্ষণ হত্যাৰ বলি হোৱা কন্যা শিশুৰ ঘৰত আমছুৰ সজাতি দল

যোৱা ২০ জুন ৰবিবাৰে ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল এক নৃশংস ঘটনা।এগৰাকী ৯ বছৰীয়া কন্যাশিশুক প্ৰথমে ধৰ্ষণ তাৰ পিছত নৃশংসভাৱে হত্যা কৰি পেলাই থৈছিল মৰাপাট খেতিৰ মাজত। উক্ত ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ
Read More...

চিৰাঙৰ ব্যতিক্ৰমী স্বেচ্ছাসেৱী সংস্থা ” হেল্পিং হেন্ডছ ” ৰ আদৰণীয় পদক্ষেপ

 যিটো সময়ত কৰোনা মহামাৰীয়ে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰি আহিছে, সেই সময়তেই চিৰাঙৰ বাসুগাঁওস্থিত "হেল্পিং হেন্ডছ ৱেলফেয়াৰ ছোসাইটি " নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে অবিৰত ভাৱে বিভিন্ন কৰ্মৰ যোগেদি কভিড যোদ্ধা ৰূপে সেৱা আগবঢ়াইআহিছে ।
Read More...

বহি: ৰাষ্ট্ৰৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা ডিমৌ আদৰ্শ চিকিৎসালয়লৈ এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ…

*ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত ভাগ লব ডা: সুৰজিৎ গিৰিয়ে* ডিমৌ আদৰ্শ চিকিৎসালয়ৰ দক্ষ সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰিৰ আন্তৰিক প্ৰচেষ্টাত আৰু চিকিৎসালয় খনৰ কতৃপক্ষৰ সদিচ্ছাৰ বাবে আজি এটা
Read More...

ক’ৰনা কালত গোলাঘাটৰ সাংস্কৃতিক কৰ্মী জিতেন কাকতিক “সাৰথি”ৰ সহায়ৰ হাত

শিল্পীৰ জীৱন তেনেই সাধাৰণ । অসমত বৰ্তমানেও কেৱল  শিল্পৰ চৰ্চা কৰি এক স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবেশ গঢ়ি উঠা নাই  । তেনে সময়তে কৰ'নাৰ আগমণ শিল্পী সমাজৰ  বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰে এক অনাকাংক্ষিত ঘটনা ।যিহেতু  বিভিন্ন সময়ত অসমত শিল্পী
Read More...

ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি মনোনীত

বৰপেটাৰ সু সন্তান, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ  তথা জ্যেষ্ঠ ৰাজনীতিবিদ ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছে। ডাঃ তাৰ প্ৰসাদ দাসক অসম গণ পৰিষদ
Read More...