Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰিবলৈ ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি

দুদিনৰ বাবে যোৰহাটৰ গৃহত গৈ মাতৃ আৰু পুত্ৰক সাক্ষাত কৰাৰ অনুমতি বিধায়ক অখিল গগৈক ৷ শুকুৰবাৰে এই অনুমতি প্ৰদান কৰিছে NIA আদালতে ৷ অখিল গগৈয়ে এতিয়া নিজৰ সুবিধা মতে মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ দুদিনৰ বাবে যাব পাৰিব যোৰহাটৰ ঘৰলৈ।
Read More...

এটুপি খোৱাপানীৰ বাবেই হাহাকাৰ বঢ়মপুৰ সমষ্টিৰ বামুনীৰ শুকানজুৰি বাসীৰ

ডেৰ কিঃমিঃ দুৰৰ এটা গেলা কুঁৱাৰ দূষিত পানী,জুৰিৰ পানীয়েই শেষ ভৰসা বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ ৷ নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেই হাঁহাকাৰ কৰি ফুৰিব লগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ
Read More...

কলাগুৰুক ব্যতিক্ৰমী ৰূপত স্মৰণ : তিনি মিনিটতে বিষ্ণু ৰাভাৰ ছবি অংকন কৰি চৰ্চিত ধলাইবিলৰ বিতুপন ভূঞা

সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক'ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰি অহাৰ মাজতে চলিত বৰ্ষত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা ২০
Read More...

পূৰ্ণোদ্যমে পাঠদান চলিছে পূব নলবাৰীৰ খাতা কেন্দ্ৰত

নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা অাৰু পূব নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া ইনামূল মজিদৰ তৎপৰতাত ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত পূৰ্ণোদ্যমে চলি আছে অনলাইন পাঠদান। সম্প্ৰতি ক'ভিড সৃষ্ট পৰিৱেশৰ
Read More...

প্ৰচাৰ বিমুখ ক্ৰীড়া সংগঠক হিতেশ দাসৰ কথাৰে। ক্ৰীড়াৰ নামতে বন্ধ হৈছে পানদোকান

কিমান উৎসাহী হলে, কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব পাৰিলে বা খেলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম থাকিলে এজন ক্ৰীড়া নেখেলা ল'ৰাই সফল ক্ৰীড়া সংগঠক হচাপে প্ৰতিস্থিত হ'ব পাৰে সেই কথা নলবাৰী জিলাৰ জাজিয়াবাৰী গাওঁৰ প্ৰয়াত প্ৰফুল্ল দাস আৰু কামিনি দাসৰ
Read More...

লাহৰীঘাটৰ কাঠনিত ঘৰুৱা শিক্ষকে ধৰ্ষণ কৰিলে ৯ বছৰীয়া কন্যা শিশুক

মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে শিশু কন্যা ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা । ঘৰুৱা শিক্ষকে ধৰ্ষণ হ'ল এটি ৯ বছৰীয়া শিশুক । ঘটনাটো লাহৰীঘাটৰ কাঠনিৰ । ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পদ চৰিত্ৰৰ ঘৰুবা শিক্ষক ছৰিফুল ইছলামে । ইতিমধ্যে ৰ্নিযাতিতা কন্যা
Read More...

লাহৰীঘাটৰ ভূৰাগাঁওত সংঘটিত হোৱা নিশংস হত্যাকাণ্ডৰ আজি বুজ লয় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাত দিনৰ ১০.১৫ মিনিটত উপস্থিত হয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডঙৰীয়া। মূখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত,সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক
Read More...

বুবু কোঁৱৰৰ এনকাউন্টাৰঃহাঁহি বিৰিঙিছে বুবুৰ ত্ৰাসৰ সাক্ষী হোৱা অসংখ্য পৰিয়ালৰ মুখত

চিৰিয়েল কিলাৰ হিচাপে পৰিগণিত হোৱা অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড বুবু কোঁৱৰক পৰহি অসম আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানী সমীপৱৰ্তী অঞ্চলত গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। বিগত দুই দলকৰো অধিক
Read More...

ওৰাং,ৰৌতা মাজবাটত কুৰি খনৰো অধিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আচঁনি বিকল

আছে গৰু নাবাই হাল ,হোৱাতকৈ নোহোৱাই ভাল ।এই আপ্ত বাক্য শাৰী এতিয়া আখৰে আখৰে  প্ৰযোজ্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগত। প্ৰণিধান যোগ্য যে ওদালগুৰি জিলা ,টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগ উপ সংমণ্ডল  অধীনত কেবল ওৰাং, ৰৌতা আৰু মাজবাটত অঞ্চলতে 
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰৌতাৰ শিশু

ওদালগুৰিৰ ৰৌতাৰ শিশু শিল্পী বোকাৰ পদুম দেৱ প্ৰতিম ডেকা।ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত বটা অৰ্জন কৰি অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম .ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁৰ মধ্যবিত্ত পৰিয়ালৰ পুতুল সাগৰ ডেকা আৰু নিৰুপমা
Read More...