Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

শতাধিক গাঁও স্পৰ্শ কৰিব পৰা পথৰ দুৰৱস্হা

কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত  কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও
Read More...

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন

মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল।
Read More...

টালি টোপোলা বান্ধি যাবলৈ ওলাইছে MOTHER OLD AGE HOMEৰ আইতাসকল।

মাদাৰ অল্ড এজ হ’ম – ৰাজ্যখনৰ এটা পৰিচিত বৃদ্ধাবাস। ৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল Mother old age homeনামৰ এই বৃদ্ধাশ্ৰমখন। নিজৰ আপোন ঘৰখনৰ পৰা এলাগী হৈ এই বৃদ্ধাবাস খনকেই নিজৰ ঘৰ বুলি মানি জীৱনৰ অন্তিম দিন কেইটা পাৰ কৰি আহিছিল বৃদ্ধাসকলে।
Read More...

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন
Read More...

পৰ্বতঝোৰাৰ মদাতীত বনবিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান : জব্দ অৱৈধ কাঠফলা মিলৰ তিনিটাকৈ মেছিনকে ধৰি বৃহৎ…

আজি বিটিআৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত   মদাতীত বনবিভাগৰ অভিযানত অৱৈধ কাঠফলা মিল সহ বৃহৎ পৰিমাণৰ চোৰাং  কাঠ জব্দ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভে জানিব পৰা মতে, এক গোপন  তথ্যৰ ভিত্তিত আজি বিটিএডিৰ পৰ্বতঝোৰাৰ বন
Read More...

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান
Read More...

ছয়গাঁও শিল্পী সমাজৰ পুৰনা কমিটী ভংগনতুন কমিটি গঠন

যোৱা ২০ জুন তাৰিখ ৰবিবাৰে ছয়গাঁও শিল্পী সমাজৰ সাধাৰণ সভাই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সৰ্ব সন্মতি ক্ৰমে এখন  কাৰ্যকৰী সমিতি গঠন কৰে। আৰু সভাপতি হিচাপে পুনৰাই  কামেশ্বৰ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে পুনৰাই  তপন দাসক লৈ এখন ৩১জনীয়া
Read More...

অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।উল্লেখযোগ্য যেএতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল
Read More...

আলোপতিৰ ছয়সীমানাত ট্ৰেক্টৰ দূৰ্ঘটনাত দুবছৰীয়া শিশুৰ মৃত্যু

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানাত আজি এটি নম্বৰবিহীন ট্ৰেক্টৰ দূৰ্ঘটনাত এগৰাকী দেৱ শিশুৰ কৰুণ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গাঁওখনৰ ছানমাহমুদৰ পুত্ৰ স্বাহ আলী
Read More...

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে যোৰহাটত । এটা গছ পুলি ৰুৱাৰ ওপৰত
Read More...