Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

মালিগাঁৱত বিদ্যুতৰ খুঁটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত চলি থকা আংশিক লকডাউনৰ মাজতে কালি নিশা মহানগৰীৰ জালুকবাৰী থানাৰ অন্তর্গত শ্বাটল গেটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুতৰ খুঁটাত উঠি এজন যুৱকে
Read More...

অসমৰ কেইবাখনো জিলাত লকডাউনৰ পূৰ্ণ সম্ভাৱনা: পীয়ুষ হাজৰিকা

 অসমত কেইবাখনো জিলাত লকডাউনৰ সম্ভাৱনা৷ জিলাকেইখনত হ্ৰাস পোৱা নাই কৰ’নাৰ সংক্ৰমণ৷ আজি দিছপুৰত অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক৷ তিনিচুকীয়া, কাছাৰ, ডিব্ৰুগড়, নগাঁৱত চোকা নজৰ৷ শোণিতপুৰ, বিশ্বনাথতো হ্ৰাস পোৱা নাই সংক্ৰমণ৷ মঙলবাৰে কেবিনেট মন্ত্ৰী
Read More...

দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয়
Read More...

গোলাঘাট জিলাত লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়

ৰাজ্যৰ স্বাস্থ্য তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীক মহকুমা সাংবাদিক সংস্থাৰ  স্মাৰক পত্ৰঃতাতক্ষনিক ব্যৱস্থা গ্ৰহনৰ বাবে উপায়ুক্তক নিৰ্দেশ গোলাঘাট জিলাত দীৰ্ঘদিনৰে পৰা অবৈধ লালিগুৰৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । বিশেষকৈ চুলাই মদ
Read More...

ধিঙৰ চৰাঞ্চলত গুণ্ডা কৰ আদায় নিদিলে নিৰীহ জনতাৰ উপৰত চলে অত্যাচাৰ ।

নতুন ৰাজ্য চৰকাৰ খনে যি সময়ত অপৰাধ, ড্ৰাগছ অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰিছে সেই সময়তে চৰাঞ্চল সমূহত অব্যাহত আছে মাতাব্বৰীৰাজ । চৰাঞ্চল সমূহত চৰকাৰৰ শাসন নচলে চলে মাতাব্বৰৰ শাসন । ধিঙৰ পাৰ্চবৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ
Read More...

চৰকাৰে দিব বিনামূলীয়া গেছ সংযোগ : অনলাইনযোগে কৰক আবেদন

Free LPG Connection: কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা প্ৰদান কৰা হয়। যদি আপুনিও এই সুবিধাৰ সুবিধা ল'ব বিচাৰে, তেন্তে এতিয়া ঘৰত বহিয়েই আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে
Read More...

এজন গৃহৰক্ষীয়ে দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন : ৰাজ্যজুৰি প্রশংসা হোমগার্ড বৰছিং বে’ক

ৰছিং বে’ বৃত্তিত এজন হোমগার্ড৷ কার্বি আংলঙত কর্মৰত৷ দৰমহাৰ নামত মাহে পায় নামমাত্র ধন৷ ওপৰৱালাৰ হুকুম, গালি–গালাজ নির্বিবাদে মানি লৈ নীৰৱে কর্তব্য পালন কৰি যায়৷ অভাৱগ্রস্ত জীৱন কোনোমতে জোৰা–টাপলি মাৰি চলি আছে৷ অনাটনবোৰ দূৰ কৰিবলৈ প্রয়োজন
Read More...

ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাৰ মাজতেই পানী ফিল্টাৰ কৰা মেচিন বিক্ৰী কৰি স্বাৱলম্বী হৈছে মাজবাটৰ এজন…

দেশৰ লগতে ৰাজ্যৰ বৰ্তমানৰ সকলোতকৈ ডাঙৰ সমস্যাই হল নিবনুৱা সমস্যা । বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্য বাসীক চিন্তিত কৰি তোলা সময়ত ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাঙৰ এজন কিশোৰ শৰ্মা নামৰ যুৱক জনে অঞ্চলটোৰ ৰাইজৰ চকু
Read More...

বিশ্বনাথত নৱনিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়ালৰ শুভ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমিপত প্ৰায় চাৰি লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ক’ভিড
Read More...

ফটাশিল,আমিনগাঁওত আবকাৰী বিভাগৰ অভিযান : দেশী-বিদেশী সুৰা জব্দ,৩ জনক আটক

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ  নেতৃত্বত কালি দিনৰ ভাগত  গুৱাহাটী সদৰ
Read More...